September 29, 2024 7:56 PM September 29, 2024 7:56 PM
9
কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্রধান ৱি কে বিডিৰ অঞ্চলটোৰ আইন শৃংখলা পৰিস্থিতিৰ পর্যালোচনা
কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্রধান ৱি কে বিডিয়ে অঞ্চলটোৰ আইন শৃংখলা পৰিস্থিতি পর্যালোচনা কৰাৰ উদ্দেশ্যে আৰক্ষী নিয়ন্ত্রণ কক্ষত আয়োজিত এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে যিকোনো আইন শৃংখলা ভংগ কৰা অপ্রীতিকৰ পৰিস্থিতি প্ৰতিহত কৰিবলৈ সংশ্লিষ্ট অঞ্চলসমূহ পর্যবেক্ষণ কৰাৰ লগতে কাৰ্য...