জম্মু-কাশ্মীৰ

March 23, 2025 8:09 PM March 23, 2025 8:09 PM

views 73

গাজিয়াবাদৰ হিন্দন বিমানবন্দৰৰ পৰা জম্মুলৈ বিমানসেৱা আৰম্ভ

গাজিয়াবাদৰ হিন্দন বিমানবন্দৰৰ পৰা জম্মুলৈ বিমানসেৱা আজি আৰম্ভ হয়। হিন্দন বিমান বন্দৰৰ পৰা জম্মুলৈ পুৱা ৯-৩০ বজাত প্ৰথমখন বিমানে উৰণ আৰম্ভ কৰে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি এই পদক্ষেপৰ জৰিয়তে এতিয়া এন চি আৰৰ পৰা বৈষ্ণুদেৱী মন্দিৰলৈ যোৱাটো সহজ হৈ উঠিব। এতিয়াৰে পৰা জম্মুত উপস্থিত হোৱাৰ...

February 9, 2025 7:02 PM February 9, 2025 7:02 PM

views 19

বৈষ্ণুদেৱী মন্দিৰৰ তীৰ্থযাত্ৰীৰ শিবিৰ কাটৰাত সুৰা আৰু আমিষ খাদ্য বিক্রী, সেৱনত পূৰ্বে আৰোপ কৰা নিষেধাজ্ঞা দুমাহৰ বাবে পুনৰ বৃদ্ধি

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত থকা বৈষ্ণুদেৱী মন্দিৰৰ তীৰ্থযাত্ৰীৰ শিবিৰ কাটৰাত সুৰা আৰু আমিষ খাদ্য বিক্রী তথা মজুত ৰখা আৰু সেৱন কৰাত পূৰ্বে আৰোপ কৰা নিষেধাজ্ঞা দুমাহৰ বাবে পুনৰ বৃদ্ধি কৰা হৈছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নং ধাৰাৰ অধীনত জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্রহণ কৰিছে। এই নিৰ্দেশ অনুসৰি...

January 15, 2025 6:43 PM January 15, 2025 6:43 PM

views 20

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ বধাল গাঁৱত অচিন ৰোগত পৰি আৰু দুজন লোকে প্ৰাণ হেৰুৱায়

জম্মু কাশ্মীৰৰ ৰাজৌৰী জিলাৰ বুদ্ধল তেহচিলৰ বধাল গাঁৱত যোৱা ২৪ ঘণ্টাত অচিন ৰোগত পৰি আৰু দুজন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ যোৱা ডিচেম্বৰৰ পৰা অঞ্চলটোত এনে ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪ লৈ বৃদ্ধি পালে । জম্মু কাশ্মীৰৰ মুখ্য সচিব অটল দুৰ্ল্লই কালি মৃত্যুৰ কাৰণ সম্পৰ্কে চালি জাৰি চোৱাৰ বাবে স্বাস্থ্য...

January 14, 2025 2:28 PM January 14, 2025 2:28 PM

views 20

মকৰ সংক্রান্তি উপলক্ষে  জম্মু-কাশ্মীৰৰ বৈষ্ণো দেৱী মন্দিৰৰ প্ৰাকৃতিক গুহা তীর্থযাত্ৰীৰ বাবে মুকলি

মকৰ সংক্রান্তি উপলক্ষে আজি জম্মু-কাশ্মীৰৰ ৰিয়াছী জিলাৰ কাট্টা চহৰৰ ত্রিকূট পাহাৰত থকা বৈষ্ণো দেৱী মন্দিৰৰ প্ৰাকৃতিক গুহা তীর্থযাত্ৰীৰ বাবে মুকলি কৰি দিয়া হ'ব। আজি আৰতিৰ পাছতে গুহাটো ভক্তসকলৰ বাবে মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে। যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি গুহাটো এমাহ খোলা ৰখাৰ সম্ভাৱনা আছে।...

January 12, 2025 8:49 PM January 12, 2025 8:49 PM

views 19

সোমবাৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাশ্মীৰত সোণামাৰ্গ সুৰংগ প্ৰকল্প মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ জম্মু আৰু কাশ্মীৰৰ সোণামাৰ্গ সুৰংগ প্ৰকল্প উদ্বোধন কৰিব। এই সুৰংগটোৱে শ্ৰীনগৰ, সোণামাৰ্গ আৰু লেহৰ মাজত সকলো বতৰতে সুচল যাতায়াত স্থাপন কৰাত সহায় কৰিব। এই ভ্ৰমণৰ সময়ত প্রধানমন্ত্রীয়ে নির্মাণকাৰ্য্যত জড়িত শ্রমিকসকলক সাক্ষাৎ কৰি এই কাম সম্পূর্ণ কৰাৰ ক্ষেত্ৰত তেও...

December 29, 2024 12:36 PM December 29, 2024 12:36 PM

views 31

বৰফ জমাৰ ফলত পিছল হোৱা বাবে ৪৪ নম্বৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াত বন্ধ

৪৪ নম্বৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন অংশত বৰফ জমা হোৱাৰ ফলত পিছল হৈ পৰাৰ বাবে ঘাইপথটো যাতায়াতৰ বাবে বন্ধ কৰি দিয়া হৈছে। যান বাহন বিভাগৰ মুখপাত্রই ঘাইপথটো দুয়ো দিশৰ পৰা বন্ধ কৰি দিয়া হৈছে বুলি প্ৰকাশ কৰিছে। তেওঁ কয়, যে ঘাইপথটোৰ কোৱাজিগুণ্ড এলেকাত বিপুল পৰিমাণৰ বৰফ জমা হৈছে আৰু যন্ত্ৰ...

November 10, 2024 8:12 PM November 10, 2024 8:12 PM

views 128

জম্মু-কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহাক শিখ সহযোগিতা সমিতিৰ প্রতিনিধি দলৰ সাক্ষাৎ

জম্মু-কাশ্মীৰৰ শিখ সহযোগিতা সমিতিৰ অধ্যক্ষ এছ অজিত সিঙৰ নেতৃত্বত এটা প্রতিনিধি দলে উপৰাজ্যপাল মনোজ সিনহাক আজি জম্মুৰ ৰাজভৱনত সাক্ষাৎ কৰে। দলটোৱে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ শিখ সম্প্ৰদায়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰি এলানি দাবী উত্থাপন কৰে। এই দাবীসমূহৰ ভিতৰত শ্ৰীনগৰত মহাৰাজা ৰণজিত সিঙৰ ম...

November 10, 2024 11:49 AM November 10, 2024 11:49 AM

views 21

জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ ছ’প’ৰত কালি সুৰক্ষা বাহিনীৰে সংঘৰ্ষত এজন সন্ত্রাসবাদী নিহত

জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ ছ'প'ৰত কালি সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত এজন সন্ত্রাসবাদী নিহত হয়। অঞ্চলটোত এতিয়াও দুজন সন্ত্রাসবাদী লুকাই থকা বুলি আশংকা কৰা হৈছে। বিষয়াসকলে প্ৰকাশ কৰা মতে অঞ্চলটোত কেইজনমান সন্ত্রাসবাদী লুকাই থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত স্থল সেনা, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী ...

November 3, 2024 8:34 PM November 3, 2024 8:34 PM

views 16

কাশ্মীৰ উপত্যকাৰ আকাশবাণী কাৰ্যালয়ৰ সমীপৰ গ্রেনেড বিস্ফোৰণত কমেও ১০ গৰাকী অসামৰিক লোক আহত

কাশ্মীৰ উপত্যকাৰ আকাশবাণী কাৰ্যালয়ৰ সমীপৰ দেওবৰীয়া বজাৰত আজি বিয়লি হোৱা গ্রেনেড বিস্ফোৰণত কমেও ১০ গৰাকী অসামৰিক লোক আহত হয়। সংবাদদাতাই জনোৱা অনুসৰি টি আৰ চি ক্ৰছিঙৰ সমীপত নিৰাপত্তা বাহিনীৰ বাহনলৈ লক্ষ্য কৰি সন্দেহযুক্ত সন্ত্রাসবাদীয়ে দলিওৱা গ্রেনেড লক্ষ্যভ্রষ্ট হৈ পথত বিস্ফোৰিত হয়। এই ঘটনাত কম...

October 16, 2024 5:58 PM October 16, 2024 5:58 PM

views 19

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাৰ শপতগ্রহণ

নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাই আজি জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্রহণ কৰে। শ্ৰীনগৰৰ শ্বেৰ-এ-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তন কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত উপ-ৰাজ্যপাল মনোজ সিনহাই শ্ৰী আব্দুল্লা আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলক শপত বাক্য পাঠ কৰায়। আজিৰ শপতগ্রহণ অনুষ্ঠানত কংগ্ৰেছ সভাপ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।