ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 9, 2025 11:51 AM | Boxing

printer

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ১০ জন ভাৰতীয়ৰ ফাইনেলত প্ৰৱেশ

বেংককত অনুষ্ঠিত ১৯ বছৰ অনুৰ্ধৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত সাত গৰাকী মহিলাকে ধৰি মুঠ ১০ জন ভাৰতীয় বক্সাৰে কালি নিজ নিজ শাখাত ছেমিফাইনেলত জয়লাভ কৰাৰ পাছত সোণৰ পদকৰ বাবে অৱতীৰ্ণ হ’ব। মহিলা বক্সাৰ নিশাই ৫৪ কিলোগ্ৰাম শাখাত, মচকানে ৫৭ কিলোগ্ৰাম, ভিনিয়ে ৬০ কিলোগ্ৰাম, নিশাই ৬৫ কিলোগ্ৰাম, আৰতী কুমাৰীয়ে ৭৫ কিলোগ্ৰাম, পাৰ্চি তোকাছে ৮০ কিলোগ্ৰাম আৰু মৌচম সুহাগে ৬৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত অৱতীৰ্ণ হব। একেদৰে পুৰুষ শাখাত ৰাহুল কুণ্ডুৱে ৭৫ কিলোগ্ৰাম আৰু হেমন্ত চংৱানে ৯০ কিলোগ্ৰাম শাখাত অৱতীৰ্ণ হব। কৃতিকাই ৮০ কিলোগ্ৰাম শাখাত পোনপটীয়াকৈ ফাইনেলত প্ৰৱেশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।