ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 6, 2025 7:40 PM | bookfair

printer

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহাবিদ্যালয় গ্রন্থমেলা

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চলিত বছৰৰ মহাবিদ্যালয় গ্রন্থমেলা কালিৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে। ১১ অক্টোবৰলৈ ৰাজ্যৰ ছখন মহাবিদ্যালয়ত চলিবলগীয়া এই গ্রন্থমেলা কালি আৰু আজি নগৰবেৰাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ত অনুষ্ঠিত হয়। ৯ৰ পৰা ১১ ছেপ্তেম্বৰলৈ ডিব্ৰুগড়ৰ মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়, ১৫ আৰু ১৬ অক্টোবৰত নাজিৰা কলেজ, ১৮ৰ পৰা ২০ অক্টোবৰলৈ বিশ্বনাথ কলেজত এই গ্রন্থমেলা অনুষ্ঠিত হ’ব। একেদৰে, ২২ৰ পৰা ২৪ ছেপ্তেম্বৰলৈ ছয়দুৱাৰ কলেজ আৰু ১০, ১১ অক্টোবৰত দৰং কলেজত গ্রন্থমেলা মুকলি থাকিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।