ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসমত বিজেপিৰ সদস্যভৰ্তি অভিযান সফলতাৰে ৰূপায়ণঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমত ভাৰতীয় জনতা পাৰ্টীৰ সদস্যভৰ্তি অভিযান সফলতাৰে ৰূপায়ণ হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ৰাজ্যত বৰ্তমানলৈ ৫২ লাখ লোকে অনলাইনযোগে বিজেপিত যোগদান কৰিছে। দেশৰ ভিতৰত ৮৫ শতাংশ সদস্যতাৰ লক্ষ্য প্রাপ্তিৰে নজিৰ স্থাপন কৰাৰ লগতে ৰাজ্যৰ ৭১টা বিধানসভা সমষ্টিত নিৰ্ধাৰিত ৪০ হাজাৰতকৈ অধিক লোকে বিজেপিৰ সদস্য পদ গ্রহণ কৰিছে। জিলা হিচাপত সদস্য ভৰ্তিৰ ক্ষেত্ৰত ডিব্ৰুগড় জিলা শীৰ্ষত আছে বুলি তেওঁ উল্লেখ কৰে।