December 16, 2025 6:58 PM | Bimal Bora

printer

শিল্পী স্বাস্থ্য বীমা আঁচনিৰ এটা প’র্টেল আনুষ্ঠানিকভাৱে মুকলি বিমল বৰাৰ

সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি শিল্পী স্বাস্থ্য বীমা আঁচনিৰ এটা পর্টেল আনুষ্ঠানিকভাৱে মুকলি কৰে। এই পৰ্টেলটোৰ জৰিয়তে শিল্পীসকলে ৰাজ্য চৰকাৰৰ শিল্পী স্বাস্থ্য বীমা আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। আজিৰ পৰা অহা ৭ জানুৱাৰীলৈ এই পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। শিল্পীসকলে এই আঁচনিৰ অধীনত ৩ লাখ টকাৰ পৰা ৬ লাখ টকা পর্যন্ত চিকিৎসা সাহায্য লাভ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।