বিহাৰ বিধানসভা নিৰ্বাচনৰ শাসনাধিষ্ঠিত এন ডি এ মৰ্চা বিপুল সংখ্যাগৰিষ্ঠতাৰে পুনৰবাৰ শাসনলৈ অহাটো নিশ্চিত হৈছে। এন ডি এ বর্তমানলৈকে ১৮৯ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে মহামিত্রজোঁটে ৫০ খন আসনত অগ্রগতি লাভ কৰিছে। ৰাজ্যখনৰ ৩৮ খন জিলাৰ ৪৬টা কেন্দ্ৰত পুৱা ৮ বজাৰ পৰা ভোটগণনা চলি আছে। প্রথমে পোষ্টেল বেলটসমূহ গণনা কৰা হয় আৰু চাৰে ৮ বজাৰ পৰা ই ভি এমৰ ভোটসমূহ গণনা কৰা হৈছে।
Site Admin | November 14, 2025 12:30 PM | Bihar Election
বিহাৰ বিধানসভা নিৰ্বাচনত এন ডি এ মৰ্চা বিপুল সংখ্যাগৰিষ্ঠতাৰে পুনৰবাৰ শাসনলৈ অহাটো নিশ্চিত