January 24, 2025 1:15 PM | Bharat-bhtan

printer

৮ দিনীয়াকৈ অনুষ্ঠিত ত্ৰয়োদশ ভাৰত-ভূটান মৈত্ৰী মেলা আৰু ৭৩ সংখ্যক মাঘ মেলাৰ আজি সামৰণি

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সুৱনখাটাত ৮ দিনীয়াকৈ অনুষ্ঠিত ত্ৰয়োদশ ভাৰত-ভূটান মৈত্ৰী মেলা আৰু ৭৩ সংখ্যক মাঘ মেলাৰ আজি সামৰণি পৰিব। মেলাৰ প্ৰতিটো দিনতে অগণন লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়। বড়ো, ৰাভা, গোর্খা, চাওতালী, কোচ ৰাজবংশীকে ধৰি বিভিন্ন জনগোষ্ঠীৰ লোকে মেলাৰ সৈতে সংগতি ৰাখি আয়োজিত সাংস্কৃতিক অনুষ্ঠানত নৃত্যগীত পৰিবেশন কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।