ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 23, 2025 12:12 PM | BHI DOOJ

printer

সমগ্র দেশতে আজি পৰম্পৰাগত ৰীতি-নীতিৰে ভাই দোজ পালন

সমগ্র দেশতে আজি পৰম্পৰাগত ৰীতি-নীতিৰে ভাই দোজ পালন কৰা হৈছে। দীপাৱলীৰ পাছতেই পালন হোৱা এই উৎসৱ দেশৰ ভিন্ন প্রান্তত ভাইফোটা, ভাওবীজ, ভাইটীকা অথবা য়ামা দ্বিতীয়া আদি বিভিন্ন নামেৰে জনা যায়। এই উৎসবে ভাতৃ-ভগ্নীৰ মাজৰ মৰম-স্নেহ বান্ধোন কটকটীয়া কৰে। আজিৰ এই পৱিত্ৰ দিনটোত ভগ্নীসকলে ভাতৃৰ কপালত তিলক আঁকি দীর্ঘায়ু কামনা কৰে।