September 4, 2024 12:02 PM | Baranashi

printer

বাৰণসীৰ ‘লেব মিত্ৰ’ ক ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় ই-প্ৰশাসন সোণৰ বঁটা প্ৰদান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সংসদীয় সমষ্টি বাৰাণসীত আৰম্ভ হোৱা ‘লেব মিত্ৰনামৰ এটা বিশেষ পদক্ষেপক ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় ই-প্ৰশাসন সোণৰ বঁটা প্ৰদান কৰা হয়। কালি মুম্বাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় ই-প্ৰশাসন সন্মিলনত এই বঁটা প্ৰদান কৰা হয়। ই-প্ৰশাসনত প্ৰশাসনীয় সংস্কাৰ আৰু জিলা পৰ্যায়ত গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ বাবে এই বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে বিগত বৰ্ষৰ পৰা বাৰাণাসীত এই লেব মিত্ৰ পদক্ষেপ আৰম্ভ হৈছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।