ডাউনলোড
মোবাইল এপ

android apple
signal

July 12, 2025 6:45 PM | Baksa

printer

আজিৰে পৰা মানাহ বিধানসভা সমষ্টি ভিত্তিক গ্রীষ্মকালীন কর্মশালা অনুষ্ঠিত

বাক্সা জিলাৰ শালবাৰীত আজিৰে পৰা মানাহ বিধানসভা সমষ্টি ভিত্তিক গ্রীষ্মকালীন কর্মশালা অনুষ্ঠিত হৈছে। শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কৃষ্ণণ বসুমতাৰীয়ে এই কর্মশালা উদ্বোধন কৰে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বাক্সা জিলা প্ৰশাসনৰ সহযোগত আয়োজিত কৰ্মশালাত লোকনৃত্য, সৃজনীশীল নৃত্য-গীত, যোগাসন আৰু কবিতা আবৃত্তিৰ প্ৰশিক্ষণ প্ৰদান কৰা হব। আজি উদ্বোধনী অনুষ্ঠানত শালবাৰী অঞ্চলৰ কমেও ৬৫ গৰাকী ছাত্র-ছাত্রী উপস্থিত থাকে। ২৬ জুলাইত কৰ্মশালাৰ সামৰণি পৰিব ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।