January 22, 2026 7:37 PM | Baksa

printer

বাক্সাত অঞ্চলী বজাৰ উন্নয়ন সমিতিৰ দুমহলীয়া সভাগৃহৰ প্ৰথম পৰ্যায়ৰ আধাৰশিলা স্থাপন

বাক্সা জিলাৰ অঞ্চলীত আজি ভবানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে অঞ্চলী বজাৰ উন্নয়ন সমিতিৰ দুমহলীয়া সভাগৃহৰ প্ৰথম পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰে। বিধায়ক পুঁজিৰ ৯ লাখ ৫০ হাজাৰ টকা ব্যয় সাপেক্ষে এই সভাগৃহ নিৰ্মাণ কৰা হব। পর্যায়ক্রমে নিৰ্মাণ কৰিবলগীয়া এই সভাগৃহৰ তলত বজাৰ বহাৰ ব্যৱস্থা থাকিব বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।