ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 4, 2024 12:39 PM | Badminton

printer

গুৱাহাটী মাষ্টাৰ্ছ ২০২৪ আন্তর্জাতিক বেডমিণ্টন প্রতিযোগিতাত আজি অসমৰ ঈষা ৰাণী বৰুৱা অনমোল খাৰ্বেৰ বিৰুদ্ধে অৱতীৰ্ণ

অসমৰ ঈষা ৰাণী বৰুৱাই আজি গুৱাহাটী মাষ্টাৰ্ছ ২০২৪ আন্তর্জাতিক বেডমিণ্টন প্রতিযোগিতাৰ মূল ৰাউণ্ডৰ মহিলাৰ একক শাখাত অনমোল খাৰ্বেৰ বিৰুদ্ধে অৱতীৰ্ণ হব। ঈষাৰাণীয়ে আজি বিয়লিৰ ভাগতে প্ৰথম ৰাউণ্ডৰ খেল খেলিব ।

উল্লেখযোগ্য যে ভাৰতীয় বেডমিণ্টন ফেডাৰেশ্যনৰ সহযোগত অসম বেডমিণ্টন সন্থাই ক্ৰমাগত দ্বিতীয় বাৰৰ বাবে মহানগৰীত আয়োজন কৰা প্ৰতিযোগিতাখনত বিশ্বৰ ২৩খন দেশৰ ৪৬১গৰাকী প্ৰতিযোগীয়ে অংশগ্রহণ কৰিছে। মুঠ ১ লাখ আমেৰিকান ডলাৰ প্ৰাইজমাণি থকা প্রতিযোগিতাখন অহা ৮ ডিচেম্বৰত সামৰণি পৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।