ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 1, 2025 12:41 PM | Baqdminton

printer

হাইলো অপেন ছুপাৰ ফাইভ হাড্রেড বেডমিন্টন প্রতিযোগিতাত উন্নতী হুদাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ

জার্মানীৰ ছাৰক্ৰকেনত অনুষ্ঠিত হাইলো অপেন ছুপাৰ ফাইভ হাড্রেড বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ উন্নতী হুদাই মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। উন্নতীয়ে কোৱাৰ্টাৰ ফাইনেলত চীনা টাইপেইৰ লীন ছিয়াং টাইক ২২-২০, ২১-১৩ ছেটত পৰাস্ত কৰে। খেলুৱৈ গৰাকীয়ে ফাইনেলত ইণ্ডোনেছিয়াৰ পুত্ৰী কুসুমা বাৰ্ডানীৰ বিৰুদ্ধে অবতীর্ণ হ’ব। প্রতিযোগিতাখনত এই পর্যায়লৈকে খেলা উন্নতী হৈছে একমাত্র ভাৰতীয় খেলুবৈ। প্রতিযোগিতাখনৰ পুৰুষৰ ছিংগলছত কালি লক্ষ্যসেন, আয়ুষ ছেট্টী আৰু কিৰণ জৰ্জ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় লয়।