October 13, 2025 1:20 PM | Badminton

printer

আজিৰে পৰা বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপৰ ব্যক্তিগত ইভেন্টৰ খেলসমূহ আৰম্ভ

কামৰূপ জিলাৰ আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিন্টন ছেম্পিয়নশ্বিপৰ ব্যক্তিগত ইভেন্টৰ খেলসমূহ আজিৰ পৰা আৰম্ভ হ’ব। ল’ৰা আৰু ছোৱালীৰ একক শাখাৰ লগতে দ্বৈত শাখাৰ খেলো অনুষ্ঠিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।