October 7, 2025 6:36 PM | Badminton

printer

বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত আজি ভাৰতৰ শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ

আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি দ্বিতীয় দিনা ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ কৰে। কাইলৈ ভাৰত ইউ এ ইৰ বিৰুদ্ধে অৱতীৰ্ণ হব। পৰৱৰ্তী ৰাউণ্ডত ভাৰতীয় খেলুৱৈ চীন, জাপান, থাইলেণ্ড বা ইণ্ডোনেছিয়াৰ খেলুৱৈৰ মুখামুখি হব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।