ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 25, 2024 7:42 PM | Badminton

printer

ডিব্ৰুগড়ত সৰ্বভাৰতীয় পৰ্যায়ৰ ছাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন প্রতিযোগিতাত সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

ডিব্ৰুগড়ত সৰ্বভাৰতীয় পৰ্যায়ৰ ছাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন প্রতিযোগিতা অনুষ্ঠিত হৈছে। আজি এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। উদ্বোধনী ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে, ডিব্ৰুগড় চহৰত এনে এখন সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাটো সমগ্র অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে অতি আশাব্যঞ্জক। উল্লেখযোগ্য যে দেশৰ বিভিন্ন ৰাজ্যৰ খেলুৱৈয়ে এই প্রতিয়োগিতাত অংশগ্ৰহণ কৰিছে।