ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 10, 2025 7:15 PM | Badminton

printer

ধ্রুব কপিলা আৰু তনিছা ক্ৰাষ্ট এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ ধ্রুব কপিলা আৰু তনিছা ক্ৰাষ্টৰ যুটিটো চীনৰ নিংবোত অনুষ্ঠিত এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় যুটিটো আজি মিক্সড ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথমখন খেলত চীনা টাইপেৰ ৱং ৱেই য়ে আৰু নিক’লে গঞ্জালেছ ছানৰ হাতত ১২-২১ ৰ ব্যৱধানত পৰাজিত হয় যদিও পৰৱৰ্তী দুখন খেলত ২১-১৬ আৰু ২১-১৮ ব্যৱধানত জয়ী হয়।

ইপিনে, মহিলাৰ ছিংগল্‌ছত দুবাৰকৈ অলিম্পিকৰ পদক বিজেতা পি ভি সিন্ধু জাপানৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে পৰাস্ত হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।