March 5, 2025 12:10 PM | Award

printer

ড° শুভ্রকিংকৰ গোস্বামীলৈ ভাৰতীয় চিকিৎসা সন্থাৰ চলিত বছৰৰ শ্ৰেষ্ঠ সাহিত্যিকৰ বঁটা

ভাৰতীয় চিকিৎসা সন্থাই ৰাজ্যৰ এগৰাকী বিশিষ্ট লেখক তথা চকুৰোগ বিশেষজ্ঞ ড° শুভ্রকিংকৰ গোস্বামীলৈ চলিত বছৰৰ শ্ৰেষ্ঠ সাহিত্যিকৰ বঁটা আগবঢ়াইছে। অহা ৭ আৰু ৮ মাৰ্চত শিলচৰত হবলগীয়া সন্থাৰ দ্বিবার্ষিক অধিৱেশনত ডাঃ গোস্বামীক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হব। শেহতীয়াকৈ প্রকাশিত উপন্যাস ‘নীল নক্ষত্ৰৰ সুৰ’ৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।