January 31, 2025 8:20 PM January 31, 2025 8:20 PM

views 6

আজিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘ মৰিগাওঁ জিলা শাখাৰ ৪৮ সংখ্যক বাৰ্ষিক অধিবেশন

জাগীৰোডৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত আজিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘ মৰিগাওঁ জিলা শাখাৰ ৪৮ সংখ্যক বাৰ্ষিক অধিবেশন আৰম্ভ হৈছে। ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অধিবেশনৰ আজি প্ৰথম দিনা গ্রন্থ উন্মোচন সভাত স্মৃতি গ্রন্থ কৃষ্ণসূৰ্য্য, বার্ষিক পত্রিকা গুণনিধি আৰু মোহন চন্দ্ৰ বৰদলৈ প্ৰৱ...

January 31, 2025 8:19 PM January 31, 2025 8:19 PM

views 9

ছাইবাৰ অপৰাধৰ গোচৰত চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষী অপৰাধ শাখাৰ

গুৱাহাটী মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ ছাইবাৰ গোটে আজি ছাইবাৰ অপৰাধৰ গোচৰত চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। দিল্লীৰ ছাইবাৰ চেলৰ তথ্যৰ আধাৰত সহকাৰী আৰক্ষী আয়ুক্ত দীপক দাসৰ নেতৃত্বত অভিযান চলাই জোন ৰহমান, জ্যোতি দাস, আমীৰ আলী আৰু ৰোহিত বৰ্মনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি দিল্ল...

January 31, 2025 8:17 PM January 31, 2025 8:17 PM

views 11

অসম মহাবিদ্যালয় গ্রন্থাগাৰিক সংস্থাৰ সোণালী জয়ন্তী অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ

ধুবুৰী জিলাৰ বিলাসীপাৰা মহাবিদ্যালয়ত কালিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অসম মহাবিদ্যালয় গ্রন্থাগাৰিক সংস্থাৰ সোণালী জয়ন্তী অনুষ্ঠানত আজি এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ অনুষ্ঠিত হয়। ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ পৃষ্ঠপোষকতাত নুকুল গ্রন্থাগাৰত ভাৰতীয় পৰম্পৰাগত জ্ঞানৰ সংৰক্ষণ বিষয়...

January 31, 2025 8:15 PM January 31, 2025 8:15 PM

views 7

মৃণাল কুদ্দুছক প্ৰহাৰ কৰাৰ ঘটনা সন্দৰ্ভত হাতীগাঁও আৰক্ষীৰ দুজন অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটীৰ এটা ব্যক্তিগত বৈদ্যুতিন চেনেলৰ সাংবাদিক মৃণাল কুদ্দুছক প্ৰহাৰ কৰাৰ ঘটনা সন্দৰ্ভত হাতীগাঁও আৰক্ষীয়ে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। ভুক্তভোগী সাংবাদিকগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে খাইৰুল ইছলাম আৰু বিকি আহমেদক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে, সাংবাদিক আক্...

January 31, 2025 8:13 PM January 31, 2025 8:13 PM

views 13

বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ সমউৎকৰ্ষ মহাশিবিৰৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্রীৰ অংশগ্ৰহণ

শিক্ষাৰ্থীৰ সামগ্রিক বিকাশৰ মাধ্যমেৰে ৰাষ্ট্ৰ নিৰ্মাণত অগ্ৰসৰ হোৱা বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰই সৰুসজাই ক্ৰীড়া প্ৰকল্পত প্ৰথমবাৰৰ বাবে আয়োজন কৰা সমউৎকৰ্ষ মহাশিবিৰৰ সামৰণি অনুষ্ঠানত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। ড° শৰ্মাই কয়, যে শিক্ষাৰ্থীসকলৰ শৰীৰ, মন আৰু আত্মাৰ আত্মস...

January 31, 2025 8:12 PM January 31, 2025 8:12 PM

views 9

১১৭ সংখ্যক জন্মবার্ষিকীত কলাগুৰুক শ্ৰদ্ধাৰে সোঁৱৰণ ৰাজ্যবাসীৰ

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ১১৭ সংখ্যক জন্মবার্ষিকী উপলক্ষে আজি ৰাজ্যবাসীয়ে তেঁওক শ্ৰদ্ধাৰে সোঁৱৰিছে। ওৰেটো জীৱন মাটি-মানুহ তথা দেশৰ বাবে অমূল্য অৱদান আগবঢ়াই যোৱা গীতিকাৰ, সুৰকাৰ, চিত্রশিল্পী তথা স্বাধীনতা সংগ্ৰামী ৰাভাদেৱৰ জীৱন আদর্শই অসমবাসীক সদায় অনুপ্ৰাণিত কৰি আহিছে। শিল্পীগৰাকীৰ স্মৃতিত আজি ত...

January 31, 2025 6:53 PM January 31, 2025 6:53 PM

views 16

কাইলৈ লোকসভাত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে কাইলৈ লোকসভাত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰিব। নৰেন্দ্ৰ মোদী চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি যোৱা বছৰ সমূহৰ দৰে এইবাৰো পৃথকে কোনো ৰে'ল বাজেট উত্থাপন কৰা নহয়। মূল কেন্দ্রীয় বাজেটতে বিত্তমন্ত্ৰী সীতাৰমণে ৰে'ল বিভাগৰ বাবে পৰৱৰ্তী বিত্তীয় ব...

January 31, 2025 6:51 PM January 31, 2025 6:51 PM

views 7

দক্ষিণ শালামাৰা–মানকাচৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত এশ দিনীয়া বিশেষ অভিযান

দক্ষিণ শালামাৰা–মানকাচৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত এশ দিনীয়া কাৰ্যসূচীৰে যক্ষ্মামুক্ত বিশেষ অভিযান চলি আছে। এই অভিযানৰ অধীনত প্ৰতিখন স্বাস্থ্য কেন্দ্ৰৰ কৰ্মীৰ লগতে আশাকর্মীৰ সহযোগত জিলাখনৰ বিভিন্ন অঞ্চলত যক্ষ্মা ৰোগ সন্দৰ্ভত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ৬০ বছৰ উৰ্ধৰ সকলো ব্যক্তিক স্বাস...

January 31, 2025 6:49 PM January 31, 2025 6:49 PM

views 13

পাঁচদিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশন আৰম্ভ

বজালী জিলাৰ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ আজি প্ৰথম দিনা বিজ্ঞান মেলা আৰু গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰা হয়। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই কৰ্ণেল গুৰুপ্ৰসাদ দাস বিজ্ঞান মেলাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। সাহিত্য সভাৰ ইতিহাসত এইবাৰ প...

January 31, 2025 6:47 PM January 31, 2025 6:47 PM

views 23

সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণ

সংসদৰ দুমাহজোৰা বাজেট অধিবেশন আজি আৰম্ভ হৈছে। অধিবেশনৰ আৰম্ভণিৰ দিনা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ভাষণ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ভাষণৰ আৰম্ভণিতে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ কুম্ভমেলাত হোৱা হেঁচা-ঠেলাৰ ঘটনাত পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা ভক্তসকলৰ লগতে ২৪ ডিচেম্ব...