February 2, 2025 7:38 PM February 2, 2025 7:38 PM
8
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ ৩২ সংখ্যক অধিৱেশন বিভিন্ন বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ ৩২ সংখ্যক অধিৱেশনৰ তৃতীয় দিনা আজি বিভিন্ন বর্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। যোৱা ৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত অধিৱেশনৰ আজি অন্তিম দিনা ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ লগতে মুকলি সভাও অনুষ্ঠিত হয়। আজি সন্ধিয়া মহিলাসকলে গুৰুজনা ৰচিত ভাওনা প্ৰদৰ্শন কৰিব। ভ...