February 2, 2025 8:49 PM February 2, 2025 8:49 PM
6
৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত শ্বুটাৰ অশ্বী চৌকচেয়ে মহিলাৰ ৫০ মিটাৰ ৰাইফলত ৰাষ্ট্ৰীয় অভিলেখ ভংগ
এছিয়ান গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰা শ্বুটাৰ অশ্বী চৌকচেয়ে আজি মহিলাৰ ৫০ মিটাৰ ৰাইফলত ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে। ডেৰাডুনত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত উত্তৰ প্ৰদেশৰ শ্বুটাৰগৰাকী সোণৰ পদক লাভ কৰাৰ দিশে আগবাঢ়িছে। ২২ বছৰীয়া খেলুৱৈগৰাকীয়ে ২০২৩ চনত হাংঝৌত হোৱা এছিয়ান গেমছত ১০ মিটাৰ এয়াৰ ৰাই...