December 24, 2025 10:58 AM

views 18

দিল্লীৰ প্ৰদূষণ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী অৰিবিন্দ কেজৰিৱাললৈ দিল্লীৰ উপ-ৰাজ্যপালৰ পত্ৰ প্ৰেৰণ

দিল্লীৰ উপ ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই ৰাজধানী চহৰখনৰ প্ৰদূষণ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী অৰিবিন্দ কেজৰিৱাললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। ১৫ পৃষ্ঠাৰ এই পত্ৰখনত শ্ৰীছাক্সেনাই আম আদমী দলে বিগত ১১ বছৰত কৰা গাফিলতি আৰু বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন...

December 24, 2025 10:28 AM

views 14

যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্ৰ্যালয়ৰ ইন্টার্নশ্বিপ নীতি আৰম্ভ

দেশৰ যুৱ প্ৰতিভাক এখন মঞ্চ দিয়াৰ লগতে ক্রীড়া ক্ষেত্ৰক শক্তিশালী কৰাৰ উদ্দেশ্যৰে যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্ৰ্যালয়ে ইন্টার্নশ্বিপ নীতি আৰম্ভ কৰিছে। মন্ত্ৰ্যালয়ে কয়, যে এই পদক্ষেপে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ইণ্টাৰ্নশ্বিপৰ সুযোগ প্ৰদান কৰিব। ইয়াৰ দ্বাৰা তেওঁলোকে ক্ৰীড়াৰ ...

December 24, 2025 10:23 AM

views 20

ভাৰত পুনৰ আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থা আই চি এ অ’লৈ নিৰ্বাচিত

ভাৰত পুনৰ আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থা আই চি এ অ'লৈ নিৰ্বাচিত হৈছে বুলি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ দপ্তৰৰ মন্ত্ৰী ৰাম মোহন নাইডুৱে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় অসামৰিক বিমান পৰিবহণ খণ্ডই বিশ্ব প...

December 24, 2025 10:21 AM

views 18

উত্তৰ ৰেলৱেৰ জম্মু সংমণ্ডলৰ নিৰ্বাচিত ৰে’লৰ বাবে “স্ক্রেচ ৰেক” বা অতিৰিক্ত ৰেকৰ ব্যৱস্থাৰ প্ৰৱৰ্তন

শীতকালত ঘন কুঁৱলীৰ ফলত হোৱা বিলম্ব হ্ৰাস কৰাৰ লগতে যাত্ৰীৰ সুবিধা সুনিশ্চিত কৰাৰ বাবে উত্তৰ ৰেলৱেৰ জম্মু সংমণ্ডলে নিৰ্বাচিত ৰে'লৰ বাবে "স্ক্রেচ ৰেক" বা অতিৰিক্ত ৰেকৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে। বিশেষকৈ উত্তৰ ভাৰতত শীতকালত প্ৰায়ে তীব্ৰ কুঁৱলীৰ ফলত প্ৰভাৱিত হোৱা ৰে'লসমূহৰ সময়মতে যাত্ৰা আৰু আগমন সুনিশ্...

December 24, 2025 10:19 AM

views 19

আকাশ NGৰ ব্যৱহাৰকাৰী মূল্যায়ন সম্পৰীক্ষা সফলতাৰে সম্পূৰ্ণ ডি আৰ ডি অ’ৰ

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা- ডি আৰ ডি অ'ই পৰৱৰ্তী প্ৰজন্মৰ আকাশ ক্ষেপণাস্ত্র ব্যৱস্থা বা আকাশ NGৰ ব্যৱহাৰকাৰী মূল্যায়ন সম্পৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰিছে। প্ৰতিৰক্ষা মন্ত্রালয়ে এটা বিবৃতিত জনাইছে যে, পৰীক্ষাৰ সময়ত এই ক্ষেপণাস্ত্ৰসমূহে সীমাৰ সমীপৰ -কম উচ্চতাৰ আৰু দীৰ্ঘ দূৰত্বৰ, উচ্চ উচ্চতা...

December 23, 2025 10:02 PM

views 20

লাহোৱালত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত উদ্যমী মহিলাসকলক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে। চাবুৱা সমষ্টিৰ দিনজয় চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হোৱা এখন সভাত সমষ্টিটোৰ ২১ হাজাৰ ১৯৮ গৰাকী মহিলাক আঁচনিখনৰ অধীন...

December 23, 2025 9:42 PM

views 23

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পৰিস্থিতিৰ অধিক অৱনতি; আৰক্ষীৰ গুলীচালনাত আহত এজন লোকৰ মৃত্যু

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পৰিস্থিতি আজি অধিক অৱনতি ঘটে। আৰক্ষীৰ গুলীচালনাত আজি আহত এজন লোকৰ বিয়লি চিকিৎসালয়ত মৃত্যু ঘটে। আমাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ সংবাদদাতাই জনোৱা মতে, খেৰণিৰ সমীপৰ থেলাংপিত আজি আন্দোলনকাৰী পক্ষৰ যথেষ্ট সংখ্যক লোক সমবেত হয় আৰু তেওঁলোকে ডংকামোকামলৈ বুলি শোভাযাত্ৰা উলিয়া...

December 23, 2025 7:44 PM

views 14

লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণলৈ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা

সদৌ অসম ছাত্ৰ সন্থাই গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা ২০২৫ৰ প্ৰাপক হিচাপে তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ বৰমেচাই শিমলুগুৰি নিবাসী লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণৰ নাম ঘোষণা কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে প্ৰতিমা বৰুৱা পা...

December 23, 2025 7:42 PM

views 35

জি ৰাম জি আঁচনি কাৰ্যকৰী কৰা সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভালেমান কার্যসূচী

বিকশিত ভাৰত নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান গ্রামীণ বা জি ৰাম জি আঁচনি কাৰ্যকৰী কৰা সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভালেমান কার্যসূচী অনুষ্ঠিত হৈছে। নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰত এই উপলক্ষে আযোজিত অনুষ্ঠানত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ বিদ্যুৎ চন্দন ডেকাই অংশগ্ৰহণ কৰে। তেওঁ কৃষ...

December 23, 2025 7:40 PM

views 62

ৰাজ্য চৰকাৰৰ শিল্পী সাহায্য বীমা আঁচনি ৰূপায়ণৰ বাবে বিশেষ অনলাইন প’ৰ্টেল মুকলি

অসম শিল্পী সমাজৰ স্বাস্থ্য সুৰক্ষাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে শিল্পী সাহায্য বীমা আঁচনি ৰূপায়ণৰ বাবে বিশেষ অনলাইন প'ৰ্টেল মুকলি কৰিছে। শাৰীৰিক অসুস্থতা, চিকিৎসা ব্যয় আদিৰ ফলত আর্থিক সমস্যাৰ সন্মুখীন হোৱা শিল্পীসকলক সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনি মুকলি কৰিছে। ১৮ৰ পৰা ৭০ বছৰ বয়সৰ শিল্পীসকলে এই...