February 6, 2025 6:19 PM February 6, 2025 6:19 PM

views 14

অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়ত ধুমুহা, গাজনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়ৰ কোনো কোনো অংশত ধুমুহা, গাজনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। আকাশবাণীৰ বাতৰিৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত বতৰ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী ড০ সোমা সেন ৰয়ে অহা দুদিনলৈ অৰুণাচল প্ৰদেশ আৰু অসমত প্ৰৱল বৰষুণ আৰু ধুমুহাৰ আগজান...

February 6, 2025 5:43 PM February 6, 2025 5:43 PM

views 3

কটকটীয়া নিৰাপত্তাৰ মাজত দিল্লী বিধানসভা নির্বাচনৰ ইভিএমসমূহ ষ্ট্ৰং ৰূমত ৰখা হৈছে

দিল্লী বিধানসভা নির্বাচন কালি শান্তিপূর্ণভাৱে অনুষ্ঠিত হোৱাৰ পাছত নির্বাচন আয়োগ আৰু আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত ইভিএমসমূহ ষ্ট্ৰংৰূমত ৰখা হৈছে। ই ভি এমত ভাগ্য বন্দী হৈ থকা এই নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ প্ৰাৰ্থীসকলৰ ভিতৰত আম আদমী পাৰ্টিৰ মুখ্য আহ্বায়ক অৰবিন্দ কেজৰিৱাল, আতিশী, মনিষ ছিছ'দিয়া, বিজেপি...

February 6, 2025 5:37 PM February 6, 2025 5:37 PM

views 3

ভাৰত-বাংলাদেশ সীমান্তত অবৈধ নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ কমাণ্ডাৰক বি এছ এফৰ নিৰ্দেশ

সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বি এছ এফে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৪,০৯৬ কিলোমিটাৰজোৰা এলেকাত অবৈধ নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ অঞ্চলটোত নিয়োজিত ছেক্টৰ কমাণ্ডাৰসকলক নিৰ্দেশ দিছে। বাহিনীটোৱে সেই অঞ্চলৰ বাসিন্দা নাইবা প্ৰতিবেশী ৰাষ্ট্ৰৰ সীমান্ত সুৰক্ষা বাহিনীয়ে কৰা এনে নিৰ্...

February 6, 2025 5:31 PM February 6, 2025 5:31 PM

views 5

বাংলাদেশত একাংশ প্ৰতিবাদকাৰীৰ হাতত বংগবন্ধু স্মাৰক সংগ্ৰহালয় ধ্বংস

বাংলাদেশৰ ৰাজধানী ঢাকাত কালি নিশা একাংশ প্রতিবাদকাৰীয়ে আৰক্ষীৰ উপস্থিতিত বুলড'জাৰৰ সহায়ত বংগবন্ধু স্মাৰক সংগ্ৰহালয় ভাঙি পেলায়। বাংলাদেশৰ জনক তথা দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ পিতৃ বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ এই বাসভৱনটোক পৰৱৰ্তীকালত সংগ্ৰহালয়ৰূপে চিহ্নিত কৰা হৈছিল। প্ৰতিবাদকাৰী...

February 6, 2025 5:24 PM February 6, 2025 5:24 PM

views 7

অহা ১০ ফেব্ৰুৱাৰীত পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ

পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ অহা ১০ ফেব্ৰুৱাৰীত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। নতুন আঙ্গিকেৰে হ'বলগীয়া এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভিন্ন বৃত্তিৰ বিশিষ্ট ব্যক্তিসকলে নিজৰ অভিজ্ঞতা শিক্ষাৰ্থীসকলৰ সৈতে বিনিময় কৰিব। এই অনুষ্ঠান দূৰদৰ্শনৰ উপৰি স্বয়ম, ...

February 6, 2025 12:40 PM February 6, 2025 12:40 PM

views 8

অসম মূল্য সংযোজিত কৰ সংশোধনী নিয়মাৱলী ২০২৫ৰ খচৰাত অসম মন্ত্ৰীসভাৰ অনুমোদন

ৰাজ্যৰ পৌৰ নিগম নিকায়সমূহত অস্থায়ী হিচাপে ২০১৩ চনৰ পূৰ্বৰে পৰা কৰ্মৰত কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ লক্ষ্যৰে অসম মন্ত্ৰীসভাৰ বৈঠকত অসম পৌৰনিগম কৰ্মচাৰীৰ প্ৰাদেশিকীকৰণ বিধেয়ক ২০২৫ত অনুমোদন জনোৱা হৈছে। এই বিধেয়কৰ জৰিয়তে ৰাজ্যৰ ৭১ খন পৌৰ নিকায়ৰ এহেজাৰ ৪৪ গৰাকী কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণ কৰি...

February 6, 2025 12:38 PM February 6, 2025 12:38 PM

views 5

ভাৰত-বাংলাদেশ সীমান্তত অবৈধ নির্মাণৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ ক্ষেত্র বিষয়াসকলক নিৰ্দেশ

সীমান্ত সুৰক্ষা বাহিনীয়ে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৪ হাজাৰ ৯৬ কিলোমিটাৰ জোৰা এলেকাত অবৈধ নির্মাণ কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ অঞ্চলটোত নিয়োজিত ক্ষেত্র বিষয়াসকলক নিৰ্দেশ দিছে। বাহিনীটোৱে সেই অঞ্চলৰ বাসিন্দা নাইবা প্ৰতিবেশী ৰাষ্ট্ৰৰ সীমান্ত সুৰক্ষা বাহিনীয়ে কৰা এনে নিৰ্মাণৰ বিৰু...

February 6, 2025 12:37 PM February 6, 2025 12:37 PM

views 12

সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য দখলমুক্ত কৰাৰ ৰূপৰেখাসহ শপতনামা দাখিলৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে শোণিতপুৰ জিলাৰ সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য দখলমুক্ত কৰাৰ বাবে প্ৰস্তুত কৰা ৰূপৰেখাসহ ৰাজ্য চৰকাৰৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনক শপতনামা দাখিলৰ নিৰ্দেশ দিছে। আদালতৰ নিৰ্দেশনা অনুসৰি অহা ৬ মাৰ্চত এই শপতনামা দাখিল কৰিব লাগিব। উল্লেখযোগ্য যে সোণাই ৰ...

February 6, 2025 12:32 PM February 6, 2025 12:32 PM

views 4

সংৰক্ষিত কীৰ্তিচিহ্নৰ স্বীকৃতি নোপোৱা, আৰু সংৰক্ষণৰ ব্যৱস্থা নকৰা কীৰ্তিচিহ্নসমূহৰ চিনাক্তকৰণ ছমাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক পুৰাতত্ব আইনৰ অধীনত এতিয়াও সংৰক্ষিত কীৰ্তিচিহ্ন হিচাপে স্বীকৃতি নোপোৱা আৰু সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ নকৰাকৈ থকা আহোম ৰাজত্বকালৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ চিনাক্তকৰণ প্ৰক্ৰিয়া ছমাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণ...

February 6, 2025 12:29 PM February 6, 2025 12:29 PM

views 5

যোৰহাটত আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন

যোৰহাটত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে। জিলাখনৰ ম’হবন্ধাৰ এৰালতলী পথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই অধিৱেশনথলী অসমৰ বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱৰ হৰিনামৰ ধ্বনিৰে মুখৰ হৈ উঠিছে। আজি পুৱা পৰিৱেশ নিকাকৰণ আৰু গছপুলি ৰোপণ কাৰ্যসূচীৰে অধিৱেশনৰ শুভাৰম্ভ কৰা হৈছে। পৰহিল...