February 9, 2025 12:00 PM February 9, 2025 12:00 PM

views 8

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনৰ আজি সামৰণি

যোৰহাটৰ ম'হবন্ধা এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত চলি থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনৰ আজি সামৰণি পৰিব। আজি পুৱা ৫ বজাত পৰিৱেশ নিকাকৰণ, প্ৰাতঃ প্ৰসংগৰ লগতে পুৱা ৮ বজাৰ পৰা নৱনিৰ্বাচিত সদস্যসকলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা আৰু দিনৰ ভাগত সেৱা বাহিনীৰ অন্তৰ...

February 9, 2025 11:51 AM February 9, 2025 11:51 AM

views 24

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলিত বৰ্ষত বাঘ নিৰীক্ষণ কৰিবলৈ কেমেৰা সংস্থাপনৰ কাম আৰম্ভ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলিত বৰ্ষত বাঘ নিৰীক্ষণ কৰিবলৈ কেমেৰা সংস্থাপনৰ কাম আৰম্ভ কৰা হৈছে। উদ্যানখনৰ লাওখোৱা বুঢ়াচাপৰিৰ লগতে কেইবাটাও এলেকাত এই কাম সম্পন্ন হৈছে বুলি ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক ড০ সোণালী ঘোষে প্রকাশ কৰে। তেওঁ কয়, যে পশু-পক্ষীৰ বিচৰণৰ সুবিধাৰ্থে নিয়ন্ত্ৰিতভাৱে বনাঞ্চল...

February 9, 2025 11:45 AM February 9, 2025 11:45 AM

views 19

এডভান্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মুম্বাইত কেইবাগৰাকীও শীৰ্ষ উদ্যোগীক সাক্ষাৎ

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত ৰাজ্যখনত হ'বলগীয়া এডভান্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি মুম্বাইত কেইবাগৰাকীও শীৰ্ষ উদ্যোগীক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে এই সাক্ষাৎকালত তেওঁলোকক অসম চৰকাৰে শেহতীয়াকৈ ষ্টাৰ্ট আপ আৰু উদ্ভাৱ...

February 9, 2025 11:41 AM February 9, 2025 11:41 AM

views 9

৩৮ সংখ্যক ৰাষ্ট্রীয় ক্রীড়া সমাৰোহত অসমৰ ৩টা সোণ, ১৫টা ৰূপ আৰু ১৫টা ব্ৰঞ্জৰ পদকেৰে সৰ্বমুঠ ৩৩টা পদক অৰ্জন

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্রীয় ক্রীড়া সমাৰোহত অসমে এতিয়ালৈকে ৩টা সোণ, ১৫টা ৰূপ আৰু ১৫টা ব্ৰঞ্জৰ পদকেৰে সৰ্বমুঠ ৩৩টা পদক অৰ্জন কৰিছে। আজি নেটবল, টেবুল টেনিছ, জিন্নাষ্টিক আৰু জুডোত পদক জয়ৰ বাবে অসমৰ খেলুৱৈসকল অৱতীৰ্ণ হ'ব। আজি পুৰুষৰ টেবুল টেনিছৰ ডাবলছত প্রিয়ানুজ ভট্টাচাৰ্যৰ নেতৃত্বত অসমে...

February 9, 2025 11:31 AM February 9, 2025 11:31 AM

views 21

ত্ৰিপুৰা চৰকাৰৰ শিক্ষা, স্বাস্থ্য, কৃষি আৰু তথ্য প্ৰযুক্তিখণ্ডত ৮৭ গৰাকী ব্যক্তিগত বিনিয়োগকাৰীৰ সৈতে ৩,৭০০ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ত্ৰিপুৰা চৰকাৰে শিক্ষা, স্বাস্থ্যসেৱা, কৃষি আৰু তথ্য প্ৰযুক্তিখণ্ডত ৮৭ গৰাকী ব্যক্তিগত বিনিয়োগকাৰীৰ সৈতে ৩,৭০০ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। আগৰতলাত দুদিনীয়াকৈ আয়োজিত ডেষ্টিনেচন ত্ৰিপুৰা বাণিজ্য সন্মিলনত এই চুক্তিসমূহ স্বাক্ষৰ কৰা হয়। কালি এই সন্মিলনৰ সামৰণি পৰে। কেইবাটাও ব্যক্তিগত খ...

February 9, 2025 11:28 AM February 9, 2025 11:28 AM

views 21

ভেষজ উদ্যোগসমূহক উদ্ভাৱন আৰু গুণগত মানত অগ্ৰাধিকাৰ দি চিকিৎসাখণ্ডৰ চালিকা শক্তিৰূপে পৰিণত হ’বলৈ কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীয়ুষ গোৱেলৰ আহ্বান

কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীয়ুষ গোৱেলে ভেষজ উদ্যোগসমূহক উদ্ভাৱন আৰু গুণগত মানত অগ্ৰাধিকাৰ দি চিকিৎসাখণ্ডৰ চালিকা শক্তিৰূপে পৰিণত হ'বলৈ আহ্বান জনাইছে। কালি মুম্বাইত অনুষ্ঠিত ভাৰতীয় ঔষধ নিৰ্মাণকাৰী সংস্থাৰ ৬৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি শ্ৰী গোৱেলে কয়, যে দেশৰ ভেষজ উদ্যোগে উন্নত...

February 9, 2025 11:22 AM February 9, 2025 11:22 AM

views 10

প্রধানমন্ত্রী অনুসূচিত জাতি অভ্যুদ্বয় যোজনা সম্পৰ্কীয় কেন্দ্ৰীয় পৰামৰ্শ কমিটিৰ নতুন দিল্লীত বৈঠক

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰৰ অধ্যক্ষতাত কালি নতুন দিল্লীত প্রধানমন্ত্রী অনুসূচিত জাতি অভ্যুদ্বয় যোজনা সম্পৰ্কীয় কেন্দ্ৰীয় পৰামৰ্শ কমিটিৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত দেশৰ অনুসূচিত জাতিৰ লোকসকলৰ আৰ্থ-সামাজিক উন্নয়নৰ উদ্দেশ্যে ৰূপায়ণ কৰা এই আঁচনিখনৰ প্ৰগতিৰ পৰ্যালোচনা কৰ...

February 9, 2025 11:19 AM February 9, 2025 11:19 AM

views 15

প্রথম বিশ্ব দৃশ্য-শ্রাব্য মনোৰঞ্জন সন্মিলন, ৱেভছৰ জৰিয়তে ভাৰতবৰ্ষক বিষয়বস্তুৰ গোলকীয় কেন্দ্ৰৰূপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ

প্রথম বিশ্ব দৃশ্য-শ্রাব্য মনোৰঞ্জন সন্মিলন, ৱেভছৰ জৰিয়তে ভাৰতবৰ্ষক বিষয়বস্তুৰ গোলকীয় কেন্দ্ৰৰূপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যম যোগে কয়, যে ভাৰতে নিজকে বিশ্বৰ সৃজনশীল শক্তিৰূপে প্ৰতিষ্ঠা কৰাৰ বাবে ভেটি...

February 9, 2025 11:13 AM February 9, 2025 11:13 AM

views 3

নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ

পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ অনুষ্ঠিত হ'ব। নতুন ৰূপত হ'বলগীয়া এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ ভিন্ন বৃত্তিৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলে শিক্ষাৰ্থীসকলৰ সৈতে অভিজ্ঞতা বিনিময় কৰিব। এই অনুষ্ঠান দূৰদৰ্শনৰ উপৰি স্বয়ম, স্বয়ম প্রভা, প্রধানমন্ত্ৰী...

February 9, 2025 11:08 AM February 9, 2025 11:08 AM

views 13

যুৱ প্ৰজন্মক শক্তি আৰু অনুপ্ৰেৰণাৰ বাবে গ্ৰন্থ অধ্যয়ন কৰিবলৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ আহ্বান

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই জনসাধাৰণক বিশেষকৈ যুৱ প্ৰজন্মক শক্তি আৰু অনুপ্ৰেৰণাৰ বাবে গ্ৰন্থ অধ্যয়ন কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত চলি থকা বিশ্ব গ্রন্থমেলাত কালি দুখন কিতাপ উন্মোচন কৰি অধ্যক্ষগৰাকীয়ে এইদৰে আহ্বান জনায়। শ্ৰী বিৰলাই কয়, যে কিতাপে ব্যক্তিগত আৰু সামাজিক বিকাশৰ প্ৰকৃত পথ প্ৰদৰ্শকৰূ...