December 25, 2025 9:00 PM

views 20

প্রাক্তন প্রধানমন্ত্রী, ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জয়ন্তী, সুশাসন দিৱস হিচাপে পালন

প্রাক্তন প্রধানমন্ত্রী, ভাৰত ৰত্নৰে বিভূষিত অটল বিহাৰী বাজপেয়ীৰ আজি ১০১ সংখ্যক জয়ন্তী, সুশাসন দিৱস পালন কৰা হৈছে। দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো প্রাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ জয়ন্তী বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহ...

December 25, 2025 8:34 PM

views 13

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৰ দ্বাৰা সংবিধানৰ চাওতালি ভাষাৰ সংস্কৰণ উন্মোচন

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত সংবিধানৰ চাওতালি ভাষাৰ সংস্কৰণ উন্মোচন কৰে। এই উপলক্ষে ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে সংবিধান চাওতালি ভাষাতো উপলব্ধ হোৱাটো চাওতাল সম্প্রদায়ৰ লোকৰ বাবে সঁচাকৈ গৌৰৱৰ বিষয়। তেওঁ কয়, যে ইয়াৰ ফলত চাওতাল সম্প্রদায়ৰ লোক সকল...

December 25, 2025 8:31 PM

views 21

অসমৰ ছোৱালী দলৰ অস্মিতা পূব মণ্ডল জুনিয়ৰ হকী লীগ প্রতিযোগিতাত ব্ৰঞ্জৰ পদক অর্জন

অসমৰ ছোৱালী দলে অস্মিতা পূব মণ্ডল জুনিয়ৰ হকী লীগ প্রতিযোগিতাত ব্ৰঞ্জৰ পদক অর্জন কৰিছে। অসমে আজি গুৱাহাটীৰ ভেটাপাৰাস্থিত মৌলানা মহম্মদ তৈয়বুল্লাহ হকী ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় স্থান নির্ধাৰণকাৰী খেলত ত্ৰিপুৰাক ১৬-০ গলত পৰাস্ত কৰে। ওড়িশাই মিজোৰামক ৪-৩ গলৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাত স্বর্ণ পদক লা...

December 25, 2025 8:27 PM

views 12

দিল্লীৰ একাংশ কাপোৰত ৰং দিয়া গোটে অবৈধভাবে গভীৰ নলী-নাদ ব্যৱহাৰ কৰা সন্দৰ্ভত দুমাহৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিবলৈ কর্তৃপক্ষক ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নির্দেশ

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে দিল্লীৰ একাংশ কাপোৰত ৰং দিয়া গোটে অবৈধভাবে গভীৰ নলী-নাদ ব্যৱহাৰ কৰা সন্দৰ্ভত দুমাহৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিবলৈ কর্তৃপক্ষক নির্দেশ দিছে। নৰেলা, বাবনা, মায়াপুৰী আৰু লাৰেন্স ৰোডত অৱস্থিত কেইবাটাও ৰং দিয়া গোটে বাধ্যতামূলক অনুমতি অবিহনে কামকাজ চলাই থকা বুলি দাখিল কৰা...

December 25, 2025 8:20 PM

views 18

নাইজেৰিয়াৰ মাইডুগুৰীৰ এটা মছজিদত সংঘটিত বিস্ফোৰণত পাঁচজন লোকৰ প্রাণহানি, ৩৫ জন আহত

নাইজেৰিয়াৰ উত্তৰ-পূব প্ৰান্তৰ মাইডুগুৰীৰ এটা মছজিদত কালি নামাজৰ সময়ত হোৱা বিস্ফোৰণত পাঁচজন লোকে প্রাণ হেৰুৱায় আৰু ৩৫ জন আহত হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে এতিয়ালৈকে কোনো সন্ত্রাসবাদী সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও আত্মঘাটি বোমাৰুৰ ব্যৱহাৰলৈ চাই ব'কো হাৰাম নামৰ সন্ত্রাসবাদী সংগঠনে...

December 25, 2025 8:17 PM

views 13

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নতুন দিল্লীত সন্ত্রাসবাদ প্রতিৰোধী সন্মিলন মুকলি কৰিব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত সন্ত্রাসবাদ প্রতিৰোধী সন্মিলন মুকলি কৰিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে এই সন্মিলনত ৰাষ্ট্ৰীয় সুৰক্ষা সম্পৰ্কীয় বিষয় লৈ আলোচনা কৰা হ'ব। সন্মিলনত সন্ত্রাসবাদৰ বিভীষিকাৰ বিৰুদ্ধে সমন্বিত ব্যৱস্থা গ্ৰহণৰ বাবে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক মা...

December 25, 2025 8:12 PM

views 18

ওড়িশা এতিয়া নক্সালবাদৰ কবলৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হোৱাৰ পথত অগ্ৰসৰ হৈছে বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ মন্তব্য

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয়, যে ওড়িশা এতিয়া নক্সালবাদৰ কবলৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হোৱাৰ পথত অগ্ৰসৰ হৈছে। নক্সাল মুক্ত ভাৰত গঢ়াৰ দিশত লাভ কৰা এক উল্লেখযোগ্য মাইলৰ খুঁটিৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে ওড়িশাৰ কাণ্ডামালত সংঘটিত এটা ডাঙৰ অভিযানে কেন্দ্ৰীয় সমিতিৰ সদস্য গণেশ উইকেসহ ছজন ন...

December 25, 2025 8:00 PM

views 14

সুশাসন অমূলক অৱধাৰণা নহয় বৰং স্বচ্ছতা, উত্তৰদায়িত্ব আৰু নাগৰিক কেন্দ্রিক বিতৰণ প্ৰক্ৰিয়াৰ মাজত নিহিত হৈ থকা দৈনিক প্রশাসনিক দায়িত্বঃ কেন্দ্ৰীয় ৰাজ্যমন্ত্রী ড০ জিতেন্দ্র সিঙ

সুশাসন অমূলক অৱধাৰণা নহয় বৰং স্বচ্ছতা, উত্তৰদায়িত্ব আৰু নাগৰিক কেন্দ্রিক বিতৰণ প্ৰক্ৰিয়াৰ মাজত নিহিত হৈ থকা দৈনিক প্রশাসনিক দায়িত্ব বুলি কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেন্সন দপ্তৰৰ ৰাজ্যমন্ত্রী ড০ জিতেন্দ্র সিঙে মন্তব্য কৰিছে। সুশাসন দিৱস উপলক্ষে আজি নতুন দিল্লীত আয়োজিত সুশাসন কার্যপ্রণ...

December 25, 2025 7:49 PM

views 24

কেন্দ্ৰীয় চৰকাৰে বিগত ১১ বছৰত সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকৰ উন্নয়নৰ বাবে কঠোৰভাৱে পৰিশ্ৰম কৰি আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

কেন্দ্ৰীয় চৰকাৰে বিগত ১১ বছৰত সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকৰ উন্নয়নৰ বাবে আৰু তেওঁলোকক প্ৰকৃত শাসন তথা ধৰ্মনিৰপেক্ষতাৰ নীতি অনুযায়ী কোনো ধৰণৰ বৈষম্য অবিহনে বিভিন্ন আঁচনিৰ লাভ প্ৰদানৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। প্ৰাক্তন প্রধানমন্ত্ৰী ভাৰত ৰত্নৰে বিভূষ...

December 25, 2025 7:39 PM

views 25

বিশ্বৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যৰ গীর্জাসমূহত বৰদিন পালন

আজি পৱিত্ৰ বৰদিন। এই উপলক্ষে বিশ্বৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যৰ গীর্জাসমূহত অগণন লোকৰ সমাগম পৰিলক্ষিত হয়। আজি পুৱাৰ ভাগত বৰদিন উপলক্ষে সমূহীয়া প্ৰাৰ্থনা, আলোচনা সভা আদি অনুষ্ঠিত হয়। আলোকসজ্জা, খ্রীষ্টমাছ ট্রী, ৰং-বিৰঙী ফুল, তৰা আদিৰে গীৰ্জাৰ লগতে খ্ৰীষ্টধর্মী লোকসকলৰ বাসগৃহসমূহ সজাই তোলা হয়। খ্রী...