February 13, 2025 9:07 PM February 13, 2025 9:07 PM
4
ৰাজ্য চৰকাৰৰ ছিংগল উইণ্ডো ক্লিয়াৰেন্স প্ৰণালীত আঢ়ৈ লাখ ব্যৱসায়িক প্ৰস্তাৱত অনুমোদন
অসম চৰকাৰে ৰাজ্যখনক বহনক্ষম বিনিয়োগ নিশ্চিত কৰাৰ বাবে বিনিয়োগৰ বৃহৎ সংখ্যক বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ পৰিৱৰ্তে গুৰুত্বপূৰ্ণ খণ্ডসমূহত বহনক্ষম বিনিয়োগ বিচাৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এডভাণ্টেজ আছাম বিনিয়োগ আৰু আন্তঃগাথনি সন্মিলনৰ দ্বিতীয় সংস...