February 17, 2025 7:44 PM February 17, 2025 7:44 PM
12
গুৱাহাটী জল ব’ৰ্ডৰ অধীনৰ জল পৰিবাহী নলীৰ বিসঙ্গতি ধৰা পেলোৱাৰ বাবে ৰব’টিক জৰীপৰ কাম সম্প্রতি স্থগিত
গুৱাহাটী জল ব’ৰ্ডৰ অধীনৰ বিভিন্ন স্থানত জল পৰিবাহী নলীৰ বিসঙ্গতি ধৰা পেলোৱাৰ বাবে পৰহিলৈৰ পৰা চলিবলগীয়া ৰব’টিক জৰীপৰ কাম সম্প্রতি স্থগিত ৰখা হৈছে। এই সন্দৰ্ভত জল ব’র্ডে প্রকাশ কৰা অনুসৰি গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পৰহিলৈৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ চলিবলগীয়া দ্বিতীয় পৰ্যায় আৰু ২৫ৰ পৰা ২৮ ফেব্ৰুৱ...