February 18, 2025 11:53 AM February 18, 2025 11:53 AM
9
কালিৰে পৰা দেশজুৰি ফাষ্টটেগৰ নতুন কৰ নীতি কাৰ্যকৰী
দেশজুৰি কালিৰে পৰা ফাষ্টটেগৰ নতুন কৰ নীতি কাৰ্যকৰী হৈছে। নেচনেল পেমেণ্টছ কৰ্পৰেচন অৱ ইণ্ডিয়া আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে টোলগে’টসমূহত যান-বাহনৰ কৰ সংগ্ৰহ ব্যৱস্থাৰ ক্ষেত্ৰত কালিৰে পৰা কিছু সালসলনি কৰিছে। সেই অনুসৰি কৰ সংগ্ৰহৰ বৈদ্যুতিন ব্যৱস্থাৰ ফাষ্টটেগত নির্দিষ্ট পৰিমাণতকৈ কম ধনৰাশি থাকিল...