February 24, 2025 12:59 PM February 24, 2025 12:59 PM

views 14

তিনিচুকীয়াত মটক জনগোষ্ঠী লোকসকলৰ কালিৰেপৰা নৰাছিঙা গৰখীয়া ভোজৰ আয়োজন

তিনিচুকীয়া জিলাৰ জানমুখত মটক জনগোষ্ঠী লোকসকলে কালিৰেপৰা নৰাছিঙা বিহু নাইবা নৰাছিঙা গৰখীয়া ভোজৰ আয়োজন কৰিছে। কৃষি ভিত্তিক এই উৎসৱ প্ৰধানকৈ গৰখীয়া সমাজখনক কেন্দ্ৰ কৰি পালন কৰা হয়। উজনি অসমৰ মটক জনগোষ্ঠী বসতিপ্রধান গাঁওসমূহত এই বিহু পালন কৰা হয় যদিও জানমুখত কেইবা শতিকা ধৰি এই বিহু পালন কৰা হয় আহ...

February 24, 2025 12:58 PM February 24, 2025 12:58 PM

views 1

বিশিষ্ট চিত্রশিল্পী দিলীপ তামুলীক কালি প্ৰণৱ বৰুৱা শিল্পী বঁটা প্ৰদান

বিশিষ্ট চিত্রশিল্পী দিলীপ তামুলীক কালি প্ৰণৱ বৰুৱা শিল্পী বঁটা প্ৰদান কৰা হয়। নগাঁৱৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চিত্ৰী শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে গামোচা, প্রশস্তি পত্ৰ, স্মাৰক আৰু নগদ ২৫ হাজাৰ টকা। শিল্পী প্ৰণৱ বৰুৱাৰ পৰিয়াল তথা প্ৰণৱ বৰুৱা ...

February 24, 2025 12:56 PM February 24, 2025 12:56 PM

views 11

কাজলগাঁৱত ছহিদ সুজিৎ নাৰ্জাৰীৰ সোঁৱৰণীত নতুনকৈ নিৰ্মাণ কৰা প্ৰেক্ষাগৃহ মুকলি প্রমোদ বড়োৰ

বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে কালি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত ছহিদ সুজিৎ নাৰ্জাৰীৰ সোঁৱৰণীত নতুনকৈ নিৰ্মাণ কৰা এটা প্ৰেক্ষাগৃহ মুকলি কৰে। বি টি আৰ চুক্তি অনুসৰি প্ৰতিটো পৰিষদীয় সমষ্টিতে এনে ধৰণৰ সামূহিক প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। নৱ নিৰ্মিত কাজল গাঁৱৰ এই প্ৰেক্ষাগৃহটো মুকলি...

February 24, 2025 12:54 PM February 24, 2025 12:54 PM

views 8

ৰাজ্যৰ চিকিৎসা মহাবিদ্যলয়সমূহৰ পঞ্জীয়কৰ পৰা অধ্যাপকলৈকে এইমছৰ চিকিৎসকৰ সমপৰ্যায়ত সা-সুবিধা প্ৰদানৰ বাবে মন্ত্ৰীসভাৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্যত এক লাখ ২২ হাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ কালি মন্ত্ৰী সভাৰ বৈঠকে অনুমোদন জনায়। কালি দিছপুৰত অনুষ্ঠিত বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সংবাদ মেলত এই বৃহৎ পৰিমাণৰ বিনিয়োগৰ বিষয়ে ঘোষণা কৰে। তেওঁ কয়, যে এই সময়চোৱাতে জিলা ...

February 24, 2025 12:53 PM February 24, 2025 12:53 PM

views 8

ড° এছ জয়শংকৰৰ নেতৃত্বত অহা ৪৫ খন দেশৰ ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন

ৰাজ্য চৰকাৰে আয়োজন কৰা এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ অহা ৪৫ খন দেশৰ ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তই আজি একেলগে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰ নেতৃত্বত অহা দলটোৱে কালি কাজিৰঙাত নিশা যাপন কৰে। ৰাষ্ট্ৰদূতসক...

February 24, 2025 12:48 PM February 24, 2025 12:48 PM

views 15

বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পত ঝুমইৰ বিনন্দিনী

চাহ জনগোষ্ঠীৰ চহকী সাংস্কৃতিক পৰম্পৰা বিশ্ব পৰ্যায়লৈ নিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আয়োজন কৰা ঝুমইৰ বিনন্দিনী আজি গুৱাহাটী সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে আজি ৮ হাজাৰৰো অধিক নাচনী আৰু কলা-কুশলীয়ে ঝুমইৰ বিনন্দিনীৰ অনুষ্ঠান পৰি...

February 24, 2025 12:44 PM February 24, 2025 12:44 PM

views 15

ঝুমইৰ বিনন্দিনী আৰু এডভান্টেজ আছাম শীর্ষ সন্মিলনত অংশ লোৱাৰ বাবে প্ৰধানমন্ত্ৰী আজি অসম আগমণ

এডভান্টেজ আছাম শীর্ষ সন্মিলনত অংশ লোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব। শ্রীমোডীয়ে আজি ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান ঝুমইৰ বিনন্দিনী উপভোগ কৰি সন্ধিয়াৰ ভাগত সন্মিলনৰ প্ৰদৰ্শনী উদ্বোধন কৰিব। কাইলৈ প্ৰধানমন্ত্রীয়ে এডভান্টেজ আছাম শীর্ষ সন্মিলন আনুষ্ঠানিকভাৱে শ...

February 24, 2025 12:14 PM February 24, 2025 12:14 PM

views 8

আই চি চি চেম্পিয়নছ ট্ৰফীত ভাৰতৰ হাত পাকিস্তান ৬ উইকেটত পৰাস্ত

আই চি চি চেম্পিয়নছ ট্ৰফীত যোৱা নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হোৱা খেলত ভাৰতে পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰে। বিৰাট কোহলীয়ে উল্লেখযোগ্য শতক অৰ্জন কৰি পাকিস্তানৰ বলিং আক্রমণ প্রতিহত কৰে। প্ৰথমে বেটিং কৰিবলৈ লৈ পাকিস্তানে দুটা বল বাকী থকা অৱস্থাত ২৪১ ৰাণ সংগ্ৰহ কৰি আটাইকেইটা উইকেট হে...

February 24, 2025 12:12 PM February 24, 2025 12:12 PM

views 4

ঢাকাত ভাৰতীয় সংস্কৃতি কেন্দ্ৰত ভাৰতীয় চিনেমাৰ যাত্ৰা শীৰ্ষক এটা চহকী আৰু তথ্য সমৃদ্ধ প্ৰদৰ্শনী মুকলি

ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ ১১১ বছৰীয়া জয়ন্তী উপলক্ষে বাংলাদেশৰ ঢাকাৰ ভাৰতীয় সংস্কৃতি কেন্দ্ৰত ভাৰতীয় চিনেমাৰ যাত্ৰা শীৰ্ষক এটা চহকী আৰু তথ্য সমৃদ্ধ প্ৰদৰ্শনী মুকলি কৰা হয়। ভাৰতৰ উচ্চ আয়ুক্ত প্ৰণয় ভার্মাই ঢাকাত ইন্দিৰা গান্ধী সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আয়োজিত এই প্রদর্শনীখন মুকলি কৰে। উদ্বোধন...

February 24, 2025 12:10 PM February 24, 2025 12:10 PM

views 10

মালদ্বীৰ স্বাস্থ্যমন্ত্রী আব্দুল্লা নাজিম ইব্রাহিম সাক্ষাৎ জে.পি. নাড্ডাৰ

কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জগত প্রকাশ নাড্ডাই কালি নতুন দিল্লীত মালদ্বীৰ স্বাস্থ্যমন্ত্রী আব্দুল্লা নাজিম ইব্রাহিম সাক্ষাৎ কৰে। সামাজিক মাধ্যমত দিয়া এটা বার্তাত শ্রীনাড্ডাই কয়, যে বৈঠকত দুয়োপক্ষই স্বাস্থ্যখণ্ডৰ বিশেষকৈ ডিজিটেল স্বাস্থ্য, ঔষধ, মানসিক স্বাস্থ্য আৰু স্বাস্থ্যখণ্ডৰ কৰ্মচাৰীসকলৰ সামৰ্...