February 24, 2025 12:04 PM February 24, 2025 12:04 PM

views 5

ভাৰত-ফ্রান্স প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে উপেন্দ্ৰ দ্বিবেদী কালি ফ্রান্সলৈ ৰাওনা

ভাৰত-ফ্রান্স প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে চৰকাৰী ভ্ৰমণসূচীৰে সেনাবাহিনীৰ মুৰববী জেনেৰেল উপেন্দ্ৰ দ্বিবেদী কালি ফ্রান্সলৈ গৈছে। আজি পেৰিছৰ লেছ ইনভেলিদেছত হ'বলগীয়া ফ্ৰান্সৰ জ্যেষ্ঠ সামৰিক নেতৃত্বৰ সৈতে জেনেৰেল দ্বিবেদী বৈঠকত মিলিত হ'ব। সামৰিক অভিবাদনেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পা...

February 24, 2025 12:01 PM February 24, 2025 12:01 PM

views 16

আকাশবাণীৰ পাব্লিক স্পীকত আজি ড° সুনীল পাণ্ডে আৰু মুকুল সানৱালৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত পুনৰ ব্যৱহাৰ আৰু আৱৰ্জনা ব্যৱস্থাপনা সন্দৰ্ভত বৃত্তীয় অর্থনীতি তথা আৱৰ্জনা ব্যৱস্থাপনা বিশেষজ্ঞ ড° সুনীল পাণ্ডে আৰু পৰিৱেশবিদ মুকুল সানৱালৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ...

February 24, 2025 11:59 AM February 24, 2025 11:59 AM

views 4

গ্লোৱেল ছাউথৰ দৃষ্টিভংগী সন্দৰ্ভত মহিলা শান্তিৰক্ষকসকলৰ প্ৰথমখন সন্মিলন আজি নতুন দিল্লীত আৰম্ভ

শান্তি ৰক্ষাত মহিলাঃ গ্লোৱেল ছাউথৰ দৃষ্টিভংগী সন্দৰ্ভত মহিলা শান্তিৰক্ষকসকলৰ প্ৰথমখন সন্মিলন আজি নতুন দিল্লীত আৰম্ভ হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা কেন্দ্ৰ তথা প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে এই সন্মিলনৰ আয়োজন কৰিছে। গ্লোৱেল ছাউথৰ দেশসমূহৰ ৩৫টা বাহিনী...

February 24, 2025 11:54 AM February 24, 2025 11:54 AM

views 5

অৰবিন্দ পানাগাড়িয়াৰ নেতৃত্বত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ৰাজহৰ অংশীদাৰিত্বৰ আৰ্হি আৰু বিকাশৰ বিভিন্ন দিশ আলোচনা

ষোড়শ বিত্তীয় আয়োগৰ অধ্যক্ষ অৰবিন্দ পানাগাড়িয়াৰ নেতৃত্বত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ৰাজহৰ অংশীদাৰিত্বৰ আৰ্হি আৰু বিকাশৰ বিভিন্ন দিশ আলোচনা কৰা হ'ব। এই উদ্দেশ্যে আয়োগে আজি মিজোৰাম চৰকাৰৰ লগতে ঔদ্যোগিক সংস্থা, গ্রাম্য আৰু নগৰাঞ্চলৰ স্থানীয় সংস্থা তথা স্বায়ত্তশাসিত প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ স...

February 23, 2025 8:41 PM February 23, 2025 8:41 PM

views 3

মঙলদৈ ক্রীড়া সন্থাৰ প্ৰাক্তন খো খো খেলুৱৈ ধৰিত্ৰী বৰাৰ মৃত্যু

মঙলদৈ ক্রীড়া সন্থাৰ প্ৰাক্তন খো খো খেলুৱৈ ধৰিত্ৰী বৰাৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৩ বছৰ। দীৰ্ঘদিন ধৰি যকৃতকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল। দৰং জিলাৰ মেনাপাৰা নিৱাসী ধৰিত্ৰীয়ে আন্তঃজিলা ছাব জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত কেইবাবাৰো...

February 23, 2025 8:34 PM February 23, 2025 8:34 PM

views 13

আই চি চি চেম্পিয়নছ ট্ৰফীৰ খেলখনত ভাৰতক জয়ৰ বাবে পাকিস্তানৰ ২৪২ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ

ডুবাইত আজি অনুষ্ঠিত আই চি চি চেম্পিয়নছ ট্ৰফীৰ খেলখনত পাকিস্তানে ভাৰতক জয়ৰ বাবে ২৪২ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লোৱা পাকিস্তানে ভাৰতীয় বলাৰৰ নিয়ন্ত্রিত বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি ৪৯ অভাৰ ৪ টা বলত ২৪১ ৰাণত আটাইকেইটা উইকেট হেৰুৱায়৷ পাকিস্তানৰ চাউদ চাকিলে ৬২,...

February 23, 2025 8:30 PM February 23, 2025 8:30 PM

views 6

২২ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ বোকাখাত গ্ৰন্থমেলাৰ আয়োজন

গোলাঘাট জিলাৰ বোকাখাতত অহা ২২ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ আয়োজিত বোকাখাত গ্ৰন্থমেলাৰ বাবে উদ্যোক্তাসকলে প্রস্তুতি চলাইছে। আজি বোকাখাত জাতীয় বিদ্যালয়ত গ্ৰন্থমেলাৰ শীৰ্ষ গীত মুকলি আৰু ইয়াৰ চূড়ান্ত কার্যসূচী সম্পর্কে সংবাদমেলত উদ্যোক্তাসকলে অৱগত কৰে। গ্ৰন্থমেলাৰ প্ৰতিটো দিনতে সাহিত্য সন্মিলন, শিল্প চিন্...

February 23, 2025 8:21 PM February 23, 2025 8:21 PM

views 8

আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন

আকাশবাণী নগাঁও কেন্দ্ৰৰ আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে জিলাখনৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ভালেসংখ্যক শিল্পী, কলা-কুশলীয়ে অংশ লৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আকাশবাণী নগাঁও কেন্দ্ৰৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কেন্দ্ৰটোৰ বিষয়া, কৰ্মচাৰী তথা ...

February 23, 2025 8:18 PM February 23, 2025 8:18 PM

views 15

এন আই এল পিৰ অধীনত ২০২২ বৰ্ষৰ পৰা ২০২৭ বৰ্ষলৈ ১৫ বছৰৰ ঊৰ্ধৰ দেশৰ নিৰক্ষৰ লোকসকলক সাক্ষৰ কৰাৰ বাবে শিক্ষা বিভাগৰ ১০৩৭ কোটি টকা ধাৰ্য

ৰাজ্যখনৰ শিক্ষা বিভাগে চিনাক্ত কৰা ১৫ বছৰৰ ঊৰ্ধৰ ৭ লাখ ১২ হাজাৰ নিৰক্ষৰ লোকক সাক্ষৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নতুন ভাৰত সাক্ষৰতা কাৰ্যসূচী, এন আই এল পিৰ অধীনত অভিযান চলি আছে। এই কাৰ্যসূচীৰ অধীনত ২০২২ বৰ্ষৰ পৰা ২০২৭ বৰ্ষলৈ ১৫ বছৰৰ ঊৰ্ধৰ দেশৰ নিৰক্ষৰ লোকসকলক সাক্ষৰ কৰাৰ বাবে ১০৩৭ কোটি টকা ধাৰ্য কৰা ...

February 23, 2025 8:12 PM February 23, 2025 8:12 PM

views 6

পাকিস্তানৰ জিম্মাত থকা ২২ গৰাকী ভাৰতীয় মাছমৰীয়াক মুকলি

পাকিস্তানে কালি সন্ধিয়া তেওঁলোকৰ জিম্মাত থকা ২২ গৰাকী ভাৰতীয় মাছমৰীয়াক মুকলি কৰি দিয়ে। মাছমৰীয়াকেইজনে আট্টাৰী-বাঘা যুটীয়া চেকপ'ষ্টৰ মাজেৰে দেশলৈ প্ৰত্যাৱৰ্তন কৰে। উল্লেখযোগ্য যে, ২০২১-২২ চনৰ সময়ছোৱাত সাগৰত মাছ ধৰি থকা অৱস্থাত অসাৱধানতাৱশতঃ তেওঁলোকে পাকিস্তানৰ জলৰাশিত প্ৰৱেশ কৰিছিল। ইয়াৰ বাবে...