February 23, 2025 8:03 PM February 23, 2025 8:03 PM

views 2

বাংলাদেশত কনিষ্ঠ চিকিৎসকসকলৰ দেশজুৰি সম্পূৰ্ণ কৰ্ম-বিৰতি পালন

বাংলাদেশৰ কেইবাখনো চিকিৎসা মহাবিদ্যালয় হাস্পতালত কনিষ্ঠ চিকিৎসকসকলে স্বাস্থ্য সেৱা খণ্ডত সংস্কাৰকে ধৰি তেওঁলোকৰ ৫ দফীয়া দাবী পূৰণৰ বাবে সম্পূৰ্ণ কৰ্ম-বিৰতি কাৰ্য্যসূচী ৰূপায়ণ কৰে। কনিষ্ঠ চিকিৎসকসকলৰ পৰিষদৰ আহ্বানত এই প্ৰতিবাদী কাৰ্য্যসূচী পুৱা ৮ বজাত আৰম্ভ হয়। ইয়াৰ ফলত ৰোগীসকল অসুবিধাৰ সন্মুখীন...

February 23, 2025 7:59 PM February 23, 2025 7:59 PM

views 6

মহিলা শান্তিৰক্ষকসকলৰ প্ৰথমখন সন্মিলন সোমবাৰে নতুন দিল্লীত

শান্তি ৰক্ষাত মহিলা গ্লোৱেল ছাউথৰ দৃষ্টিভংগী সন্দৰ্ভত মহিলা শান্তিৰক্ষকসকলৰ প্ৰথমখন সন্মিলন কাইলৈ নতুন দিল্লীত আৰম্ভ হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা কেন্দ্ৰ তথা প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সহযোগত দুদিনীয়া কাৰ্য্যসূচীৰে এই সন্মিলনৰ আয়োজন কৰিছে। গ্লোৱেল ছাউথৰ দেশসমূহৰ ৩৫ টা বা...

February 23, 2025 7:53 PM February 23, 2025 7:53 PM

views 10

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহক দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নতুন দিল্লীত সাক্ষাৎ

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহক নতুন দিল্লীত থকা তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীশ্বাহে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনকল্যাণমূলক আঁচনি তথা তেওঁৰ নেতৃত্বৰ ওপৰত দিল্লীত জনসাধাৰণে অতুলনীয় বিশ্বাস প্ৰদৰ্শন কৰিছে।...

February 23, 2025 7:50 PM February 23, 2025 7:50 PM

views 71

সকলোৰে বাবে স্বাস্থ্য চৰকাৰৰ সবকা সাথ-সবকা বিকাশ দৃষ্টিভংগীৰ মূল স্তম্ভ হিচাপে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিহিত কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোৰে বাবে স্বাস্থ্য চৰকাৰৰ সবকা সাথ-সবকা বিকাশ দৃষ্টিভংগীৰ মূল স্তম্ভ হিচাপে অভিহিত কৰিছে। মধ্য প্ৰদেশৰ চৰপুৰ জিলাত বাগেশ্বৰধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে এই প্ৰতিষ্ঠানত প্ৰান্তীয় ৰোগীসকলৰ বাবে বিনামূলীয়...

February 23, 2025 7:09 PM February 23, 2025 7:09 PM

views 9

বৰপেটা জিলাৰ সৰ্থেবাৰীত দুচকীয়া বাহন আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত পিতা-পুত্ৰৰ মৃত্যু

বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অধীনৰ কামাৰপাৰাত আজি এখন দুচকীয়া বাহন আৰু কয়লা কঢ়িওৱা ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত হোৱা দুৰ্ঘটনাত এহাল পিতা-পুত্ৰৰ থিতাতে মৃত্যু হয়। এই ঘটনাত পথৰ কাষত ৰৈ থকা অৱস্থাত এগৰাকী কিশোৰীসহ দুগৰাকী লোক গুৰুতৰভাৱে আহত হয়। আহত দুয়োগৰাকীক বৰপেটাৰ ফখৰুদ্দিন আলী আহমদ চিকি...

February 23, 2025 7:00 PM February 23, 2025 7:00 PM

views 9

দৰং জিলাৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান জিপছী গিল্ডৰ উদ্যোগত গল্প নাটৰ বিশেষ অনুষ্ঠান

দৰং জিলাৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান জিপছী গিল্ডৰ উদ্যোগত গল্প নাটৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানৰ অংশ হিচাপে আজি গিল্ডৰ ৰংগশালাত অপু ভৰদ্বাজ ৰচিত মূল গল্প যা, গৈ আছোৰ আধাৰত ৰচিত এখন নাট মঞ্চস্থ কৰা হ'ব। লগতে কবি, সাহিত্যিক জীৱনানন্দ দাসৰ ১২৫ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি কবিগৰাকীৰ অপ...

February 23, 2025 6:55 PM February 23, 2025 6:55 PM

views 14

ডিব্ৰুগড়ৰ সৰবৰহী মহিলা লাৱণ্য শ‍ইকীয়াৰ মৃত্যু

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা সাহিত্য একাডেমী বঁটা বিজয়ী ড০ নগেন শ‍ইকীয়াৰ পত্নী লাৱণ্য শ‍ইকীয়াৰ আজি পুৱা ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ। ডিব্ৰুগড়ৰ সৰবৰহী মহিলা লাৱণ্য শ‍ইকীয়াৰ মৃত্যুত বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে শোক ...

February 23, 2025 6:52 PM February 23, 2025 6:52 PM

views 12

গুৱাহাটীৰ সৰুসজাইত ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান ঝুমইৰ বিনন্দিনীৰ অন্তিম আখৰা

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান ঝুমইৰ বিনন্দিনীৰ অন্তিম আখৰা আজি অনুষ্ঠিত হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেইবাগৰাকী মন্ত্ৰীয়ে আজিৰ অন্তিম আখৰাত উপস্থিত থাকে। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে ৰাজ্য চৰকাৰে ...

February 23, 2025 6:47 PM February 23, 2025 6:47 PM

views 12

ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

দিশপুৰত আজি অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকে এডভান্টেজ আচাম দ্বিতীয় সংস্কৰণৰ সময়ত বুজাবুজিৰ চুক্তি অনুমোদন, ৰাজ্যৰ বস্ত্ৰ উদ্যোগৰ সৱলীকৰণ, চিকিৎসা বৃত্তিধাৰীৰ ব...

February 23, 2025 6:43 PM February 23, 2025 6:43 PM

views 20

দেশৰ স্বাধীনতা আন্দোলন তথা সংবিধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো মাতৃ শক্তিৰ ভূমিকাৰ কথা মন কী বাতত প্ৰধানমন্ত্ৰীৰ উল্লেখ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানত ৮ মাৰ্চৰ আন্তৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰসংগ উল্লেখ কৰি এই দিনটো নাৰী শক্তিক প্রণাম জনোৱাৰ এটা বিশেষ দিন বুলি মন্তব্য কৰে। ভাৰতীয় সংস্কৃতিত কন্যা সন্তানক সন্মান জনোৱাটো অন্যতম পৰম্পৰা বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে কয়, যে দেশৰ স্বাধীনতা আন্দোলনত মা...