February 28, 2025 12:48 PM February 28, 2025 12:48 PM
8
এদিনীয়া ভ্ৰমণসূচীৰে জগদীপ ধনখড় আজি পশ্চিমবংগলৈ ৰাওনা
উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় এদিনীয়া ভ্ৰমণসূচীৰে আজি পশ্চিমবংগলৈ যাব। এই ভ্ৰমণৰ সময়ত শ্ৰীধনখড়ে বীৰভূম জিলাত থকা পৱিত্ৰ শক্তিপীঠ-তাৰাপীঠ দৰ্শন কৰি পূজা অৰ্চনা আগবঢ়াব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে গৌড়ীয় মিছনৰ প্ৰতিষ্ঠাপক আচার্য শ্ৰীলা ভক্তি সিদ্ধান্ত সৰস্বতী গোস্বামী প্রভুপাদৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপনৰ ...