February 28, 2025 12:54 PM February 28, 2025 12:54 PM
16
দশম ভাৰত আন্তঃৰাষ্ট্ৰীয় নৃত্য আৰু সংগীত মহোৎসৱত ড° এছ জয়শংকৰৰ অংশগ্ৰহণ
বিদেশ মন্ত্ৰী ড° এছ জয়শংকৰ আৰু দিল্লীৰ উপ ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই কালি নতুন দিল্লীত বসুধৈৱ কুটুম্বকম শীৰ্ষক দশম ভাৰত আন্তঃৰাষ্ট্ৰীয় নৃত্য আৰু সংগীত মহোৎসৱত অংশগ্ৰহণ কৰে। এই মহোৎসৱত ড° জয়শংকৰ আৰু ছাক্সেনাই দেশৰ লগতে ৰাছিয়া, মংগোলীয়া আৰু ৰাৱাণ্ডাৰ শিল্পীসকলৰ নৃত্য-গীত উপভোগ কৰে ৷