February 28, 2025 1:34 PM February 28, 2025 1:34 PM

views 7

ইউনটেক ফুণ্টশ্ব’ ড° অগস্তে ভানো কৌয়ামেৰৰ সৈতে ড° হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ভূটানৰ কৃষি আৰু পশুপালন মন্ত্ৰী ইউনটেক ফুণ্টশ্ব’ আৰু বিশ্ব বেংকৰ ভাৰতৰ সঞ্চালক ড° অগস্তে ভানো কৌয়ামেৰৰ সৈতে সুকীয়াকৈ বৈঠকত মিলিত হয়। মুখ্যমন্ত্রী ড° শৰ্মাই ভূটানৰ কৃষি আৰু পশুপালন মন্ত্ৰী ফুন্টশ্বেৰ সৈতে হোৱা বৈঠকত ভাৰত আৰু ভূটানৰ মাজত কৃষি, বাণিজ্য, পর্যট...

February 28, 2025 1:29 PM February 28, 2025 1:29 PM

views 2

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব জাপান কাৰাভান মহোৎসৱ অনুষ্ঠিত

জাপানী ভাষাৰ শিক্ষা আৰু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব জাপান কাৰাভান মহোৎসৱ অনুষ্ঠিত হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাই কালি এই মহোৎসৱৰ শুভাৰম্ভ কৰে। এই মহোৎসৱত জাপানৰ ভাষা-সাহিত্য, সংস্কৃতি, ঐতিহ্য ...

February 28, 2025 1:48 PM February 28, 2025 1:48 PM

views 5

নৱম শ্ৰেণীৰ পৰাই কৃত্রিম বুদ্ধিমত্তা সম্পৰ্কীয় পাঠ্যক্রম অন্তৰ্ভুক্ত কৰা হ’ব বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা

ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত নৱম শ্ৰেণীৰ পৰাই কৃত্রিম বুদ্ধিমত্তা সম্পৰ্কীয় পাঠ্যক্রম অন্তৰ্ভুক্ত কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে। উত্তৰ লখিমপুৰত কালি এখন সংবাদমেল সম্বোধন কৰি শিক্ষামন্ত্রী ডাঃ পেগুৱে কয়, যে টাটাৰ সৈতে লগ লাগি ৰাজ্য চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত নতুনত্বৰ সূচনা কৰিব ব...

February 28, 2025 1:25 PM February 28, 2025 1:25 PM

views 10

দেশৰ সামুদ্রিক আন্তঃগাঁথনি আধুনিকীকৰণৰ লক্ষ্যৰে সৰ্বানন্দ সোণোৱালৰ কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ সামুদ্রিক আন্তঃগাঁথনি আধুনিকীকৰণৰ লক্ষ্যৰে কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ কৰিছে। মুম্বাইত সামুদ্রিক খণ্ডৰ বাবে কেন্দ্ৰীয় বাজেটত কৰা ঘোষণাসমূহক লৈ সংশ্লিষ্ট পক্ষসমূহৰ সৈতে হোৱা বৈঠকত কালি এই আঁচনিসমূহৰ শুভাৰম্ভ কৰা হয়। দ...

February 28, 2025 1:22 PM February 28, 2025 1:22 PM

views 1

শোণিতপুৰৰ জিলা আয়ুক্তৰ উদ্যোগত অনুষ্ঠিত বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত ৭৩ টা উদ্যোগৰ বিনিয়োগকাৰীৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

উদ্যোগীকৰণ আৰু ঔদ্যোগিক বিকাশৰ লক্ষ্যৰে শোণিতপুৰৰ জিলা আয়ুক্তৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ কালি সামৰণি পৰে। এই অনুষ্ঠানত মুঠ ৭৩ টা উদ্যোগৰ বিনিয়োগকাৰীৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই বিনিয়োগৰ ফলত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে এহেজাৰ নিবনুৱা যুৱক...

February 28, 2025 1:20 PM February 28, 2025 1:20 PM

views 12

উদ্যোগ আৰু বাণিজ্য বিভাগৰ চুক্তিসমূহৰ ৰূপায়ণৰ নিৰীক্ষণৰ বাবে শীঘ্ৰেই এটা পোৰ্টেল মুকলি

বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সময়ত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিসমূহৰ ৰূপায়ণৰ বিষয়টো সংশ্লিষ্ট বিভাগসমূহে সুক্ষ্মভাৱে নিৰীক্ষণ কৰিব। উদ্যোগ আৰু বাণিজ্য বিভাগে এই চুক্তিসমূহৰ ৰূপায়ণৰ নিৰীক্ষণৰ বাবে শীঘ্ৰেই এটা পোৰ্টেল মুকলি কৰিব। ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰ...

February 28, 2025 1:17 PM February 28, 2025 1:17 PM

views 11

অহা ২-৩ মাহলৈ ৰাজ্যলৈ নতুন নতুন বিনিয়োগৰ প্ৰস্তাৱ আহিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সামৰণিৰ অন্তত অহা ২-৩ মাহলৈ ৰাজ্যলৈ নতুন নতুন বিনিয়োগৰ প্ৰস্তাৱ আহিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেল পথাৰত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সৈতে সংগতি ৰাখি আয়োজিত প্ৰদৰ্শনীৰ বীথিকাসম...

February 28, 2025 1:02 PM February 28, 2025 1:02 PM

views 17

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাত আজি আফগানিস্তান অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ

আফগানিস্তান আজি লাহৰোৰ গাড্ডাফি ষ্টেডিয়ামত হ'বলগীয়া আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ এখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ আঢ়ৈ বজাত আৰম্ভ হ'ব। ইপিনে, পাকিস্তান আৰু বাংলাদেশৰ মাজৰ কালিৰ খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়।

February 28, 2025 1:01 PM February 28, 2025 1:01 PM

views 14

বেংগালুৰু অপেন টেনিছ প্রতিযোগিতাত সিদ্ধান্ত বন্থিয়া আৰু পৰিক্ষিত চোমানি পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ সিদ্ধান্ত বন্থিয়া আৰু পৰিক্ষিত চোমানিৰ যুটীটো বেংগালুৰু অপেন টেনিছ প্রতিযোগিতাত পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। সিদ্ধান্ত আৰু পৰিক্ষিতৰ যুটীটোৱে কালি কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ এখন খেলত নিকলাচ মেজিয়া আৰু বাৰ্ণাৰ্ড টমিক ৭-৫, ৬-০ পোনপটীয়া ছেটত পৰাস্ত কৰে। সিদ্ধান্ত আৰু পৰিক্ষিত আজি ছে...

February 28, 2025 12:56 PM February 28, 2025 12:56 PM

views 14

দুদিনীয়া ভ্রমণসূচীৰে জে পি নাড্ডা কালি ওড়িশাৰ ভূৱনেশ্বৰত উপস্থিত

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডা দুদিনীয়া ভ্রমণসূচীৰে কালি ওড়িশাৰ ভূৱনেশ্বৰত উপস্থিত হৈছে। মন্ত্ৰীগৰাকীয়ে আজি পুৰীত আয়োজিত ভাৰতৰ জনস্বাস্থ্য সেৱা ব্যৱস্থাত উদ্ভাৱণ আৰু ভাল তথা অনুকৰণীয় অভ্যাস বিষয়ক নৱম ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। তেওঁ লগতে ষোড়শ উমৈহতীয়া পুণৰীক্ষণ অভিযান...