March 1, 2025 1:28 PM March 1, 2025 1:28 PM

views 10

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত দিনৰ ভাগত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৯ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৬ ডিগ্রী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। তদুপৰি অহা ২৪ ঘণ্ট...

March 1, 2025 12:27 PM March 1, 2025 12:27 PM

views 5

নতুন দিল্লীত কৃষি আৰু গ্ৰাম্য সমৃদ্ধি সন্দৰ্ভত আয়োজিত দিনজোৰা বাজেটোত্তৰ ৱেবিনাৰত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি দুপৰীয়া নতুন দিল্লীত কৃষি আৰু গ্ৰাম্য সমৃদ্ধি সন্দৰ্ভত আয়োজিত এখন দিনজোৰা বাজেটোত্তৰ ৱেবিনাৰত ভার্চুৱেল ব্যৱস্থাৰে ভাষণ দিব। এই অনুষ্ঠানত সকলো কেন্দ্রীয় মন্ত্ৰীয়ে অংশগ্রহণ কৰিব। ২০২৫ বৰ্ষৰ বাজেটত ঘোষণা কৰা সিদ্ধান্তসমূহ ফলপ্রসূভাৱে ৰূপায়ণ কৰাৰ অর্থে অংশীদাৰসকল...

March 1, 2025 12:26 PM March 1, 2025 12:26 PM

views 6

নতুন দিল্লীৰ সুন্দৰ নাৰ্চাৰীত অনুষ্ঠিত জাহান-ই-খুছৰৌ চুফী সংগীত মহোৎসৱত প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ সুন্দৰ নাৰ্চাৰীত অনুষ্ঠিত জাহান-ই-খুছৰৌ চুফী সংগীত মহোৎসৱত অংশগ্ৰহণ কৰি চুফী পৰম্পৰাই ভাৰতত এক সুকীয়া পৰিচয়ৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে যিকোনো দেশৰ সংস্কৃতি আৰু সভ্যতা গীত-নৃত্যৰ জৰিয়তেহে সমৃদ্ধ হয়। তেওঁ জাহান-ই-খুছৰাউৰ শলাগ ল...

March 1, 2025 12:25 PM March 1, 2025 12:25 PM

views 6

হংকং আৰু ছাংহাই বেংকিং কো-অপাৰেচন লিমিটেডক ৬৬.৬০ লাখ টকা জৰিমনা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ

ভাৰতীয় ৰিজার্ভ বেংকে নীতি নির্ধাৰণকাৰী নিয়মসমূহ উলংঘা কৰাৰ বাবে হংকং আৰু ছাংহাই বেংকিং কো-অপাৰেচন লিমিটেড (এইচ এছ বি চি)ক ৬৬ লাখ ৬০ হাজাৰ টকা জৰিমনা বিহিছে। এইচ এছ বি চিয়ে গ্ৰাহকসকলৰ কে ৱাই চিৰ নীতি-নিয়ম, অসুৰক্ষিত বিদেশী মুদ্রা সম্পর্কে প্রতিবেদন দিয়াত বিফল হোৱা আৰু অযোগ্য ছেভিংছ একাউণ্টছ খোলা...

March 1, 2025 12:23 PM March 1, 2025 12:23 PM

views 5

আকাশবাণীৰ প্ৰতিটো কেন্দ্ৰৰে অনুষ্ঠানসমূহৰ সংশ্লিষ্ট বিষয়াসকলে কাম-কাজৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণত গুৰুত্ব সঞ্চালকপ্ৰধান ড০ প্রজ্ঞা পালিৱাল গৌড়ৰ

আকাশবাণীৰ সঞ্চালক প্ৰধান ড০ প্রজ্ঞা পালিৱাল গৌড়ে প্ৰতিটো কেন্দ্ৰৰে অনুষ্ঠানসমূহৰ সংশ্লিষ্ট বিষয়াসকলে তেওঁলোকৰ কাম-কাজৰ দায়িত্ব সম্পূৰ্ণৰূপে গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। সঞ্চালকপ্ৰধানগৰাকীয়ে দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব মণ্ডলৰ ক’হিমাত আয়োজিত আকাশবাণী কেন্দ্ৰসমূহৰ এখন অনু...

March 1, 2025 12:22 PM March 1, 2025 12:22 PM

views 4

দেশত বিগত দুবছৰত কয়লাৰ সৰবৰাহ দুগুণলৈ বৃদ্ধিঃ কয়লা মন্ত্ৰ্যালয়

দেশত বিগত দুবছৰত কয়লাৰ সৰবৰাহ দুগুণলৈ বৃদ্ধি পাইছে। কয়লা মন্ত্র্যালয়ে প্রকাশ কৰা অনুসৰি ২০২২ চনত দেশত ৰে'লপথ আৰু সাগৰীয় পথেৰে সৰবৰাহ হোৱা ২৮ নিযুত মেট্রিক টনৰ পৰা ২০২৪ চনত কয়লাৰ পৰিমাণ ৫৪ নিযুত মেট্রিক টনলৈ বৃদ্ধি পায়। কেৱল ৰে'লপথেৰে কয়লা সৰবৰাহৰ তুলনাত সাগৰীয় পথেৰে পৰিবহণ কৰা কয়লাৰ পৰিমাণ ...

March 1, 2025 12:20 PM March 1, 2025 12:20 PM

views 5

মহিলা প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত মুম্বাই ইণ্ডিয়ানছক ৯ উইকেটত পৰাস্ত ডেলহী কেপিটেলছৰ

মহিলা প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত ডেলহী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছক ৯ উইকেটত পৰাস্ত কৰে। বেংগালুৰুৰ এন চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ডেলহী কেপিটেলছে ১২৪ ৰানৰ বিজয় লক্ষ্যৰে খেলি হাতত ৯টা উইকেট আৰু ৩৩টা বল বাকী থকা অৱস্থাত বিজয় সাব্যস্ত কৰে। ইয়াৰ পূৰ্বে প...

March 1, 2025 2:23 AM March 1, 2025 2:23 AM

views 12

৫ হাজাৰ আসনবিশিষ্ট সন্মিলনকেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ খানাপাৰাত নির্মীয়মান ৫ হাজাৰ আসনবিশিষ্ট সন্মিলনকেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। সন্মিলন কেন্দ্ৰটোত বাগিছা, প্রেক্ষাগৃহ, প্রদর্শনী স্থান, ৰেষ্টুৰেণ্ট, কাৰ্যালয় কক্ষ, জিৰণি কক্ষ, অতিথিশালা, অভ্যার্থনা কক্ষ, ব্যায়ামাগাৰ, ব্যৱসায়ীক কেন্দ্ৰ, ব...

February 28, 2025 1:37 PM February 28, 2025 1:37 PM

views 14

শিৱসাগৰ জিলাক ধ্যান আৰু যোগৰ কেন্দ্ৰৰূপে গঢ়ি তোলা উচিত বুলি শিক্ষামন্ত্রীৰ মন্তব্য

শিৱসাগৰ জিলাক ধ্যান আৰু যোগৰ কেন্দ্ৰৰূপে গঢ়ি তোলা উচিত বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে মন্তব্য কৰিছে। শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ উদ্যোগত আয়োজিত শিৱৰাত্ৰি উৎসৱৰ সামৰণি অনুষ্ঠানত অংশ লৈ কালি তেওঁ এই বিষয়ে প্রকাশ কৰে। অহা বছৰৰ পৰা এই শিৱৰাত্ৰি উৎসৱক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰাৰ বাবে পৰি...

February 28, 2025 1:36 PM February 28, 2025 1:36 PM

views 16

২০২৪ আৰু ২০২৫ বৰ্ষৰ ৰাজ্যিক বিজ্ঞান বঁটাৰ বাবে বাছনিপ্রাপ্ত ব্যক্তি, প্রতিষ্ঠানসমূহৰ নাম ঘোষণা

ৰাজ্য চৰকাৰৰ বিজ্ঞান প্রযুক্তি তথা জলবায়ু পৰিৱৰ্তন বিভাগে কালি ২০২৪ আৰু ২০২৫ বৰ্ষৰ ৰাজ্যিক বিজ্ঞান বঁটাৰ বাবে বাছনিপ্রাপ্ত ব্যক্তি, প্রতিষ্ঠানসমূহৰ নাম ঘোষণা কৰে। আই আই টি গুৱাহাটীৰ প্রাক্তন সঞ্চালক প্ৰফেচাৰ এমেৰিটাছ ড০ গৌতম বৰুৱালৈ ২০২৪ চনৰ ৰাজ্যিক বিজ্ঞান বঁটা শিতানত বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱনৰ...