March 5, 2025 12:48 PM March 5, 2025 12:48 PM
5
অহা ৮ মাৰ্চত ৰাজ্যৰ বিভিন্ন অংশত লোক আদালতৰ আয়োজন
ৰাষ্ট্ৰীয় লোক আদালতৰ অংশ হিচাপে অহা ৮ মাৰ্চত ৰাজ্যৰ বিভিন্ন অংশত লোক আদালতৰ আয়োজন কৰা হৈছে। সেইদিনা ডিব্ৰুগড়ৰ ফুলবাগানস্থিত আদালত চৌহদত লোক আদালত অনুষ্ঠিত কৰা হ'ব। অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ সৌজন্যত আয়োজিত এই লোক আদালতত সৰু-সুৰা গোচৰ, চেক বাউন্সৰ গোচৰ, মটৰ দুৰ্ঘটনাজনিত গোচৰ, বুজাবুজি আৰু স...