March 9, 2025 11:26 AM March 9, 2025 11:26 AM

views 8

ইছলামিক সহযোগিতা সংগঠনৰ বিদেশ মন্ত্ৰীসকলৰ গোটৰ ছিৰিয়াৰ সদস্য পদ পুনৰ নবীকৰণ

ইছলামিক সহযোগিতা সংগঠনৰ বিদেশ মন্ত্ৰীসকলৰ গোটে ১২ বছৰৰ বিৰতিৰ মূৰত ছিৰিয়াৰ সদস্য পদ পুনৰ নবীকৰণ কৰিছে। শুকুৰবাৰে জেদ্দাহত সংগঠনটোৰ সাধাৰণ পৰিষদত হোৱা ২০ সংখ্যক অসাধাৰণ সত্ৰত মন্ত্রীগোটে সংগঠনৰ সচিবপ্ৰধানক সিদ্ধান্তটো কাৰ্যকৰী কৰিবলৈ আৰু পৰৱৰ্তী সত্ৰত বিষয়টো উল্লেখ কৰিবলৈ দায়িত্ব প্ৰদান কৰে। উল্লেখ...

March 9, 2025 11:22 AM March 9, 2025 11:22 AM

views 6

গাজাৰ পুনৰ নিৰ্মাণত আৰবৰ পৰিকল্পনাৰ প্ৰতি ফ্রান্স, জার্মানী, ইটালী আৰু ব্ৰিটেইনৰ সমর্থন

গাজাৰ পুনৰ নিৰ্মাণৰ বাবে আৰবে আগবঢ়োৱা পৰিকল্পনাৰ প্ৰতি ফ্রান্স, জার্মানী, ইটালী আৰু ব্ৰিটেইনে সমর্থন জনাইছে। ৫৩ বিলিয়ন মার্কিন ডলাৰৰ এই পৰিকল্পলাৰ জৰিয়তে গাজাত পেলেষ্টাইন নাগৰিকসকলক স্থানান্তৰ নকৰাকৈ পুনৰ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। চাৰিওখন দেশৰ বিদেশ মন্ত্ৰীসকলে কালি জাৰি কৰা এটা যুটীয়া...

March 9, 2025 11:19 AM March 9, 2025 11:19 AM

views 3

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰহিলৈ দুদিনীয়া মৰিছাচ ভ্রমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ দুদিনীয়া ভ্রমণসূচীৰে মৰিছাচলৈ যাব। নতুন দিল্লীত কালি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত বিদেশ সচিব বিক্রম মিশ্রীয়ে কয়, যে এয়া হ'ব ২০১৫ চনৰ পাছত প্রধানমন্ত্রী মোদীৰ প্ৰথম মৰিছাচ ভ্ৰমণ। কেইবা শতিকাধৰি উমৈহতীয়া ইতিহাস, সংস্কৃতি আৰু জনসম্পৰ্কৰ ভিত্তিত মৰিছাচ সৈতে...

March 9, 2025 11:15 AM March 9, 2025 11:15 AM

views 11

ডুবাইত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্ৰতিযোগিতাৰ ফাইনেল

ডুবাইত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আজি হ'বলগীয়া আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্ৰতিযোগিতাৰ ফাইনেলক লৈ অভূতপূৰ্ব উৎসাহ পৰিলক্ষিত হৈছে। খেলখন দিনৰ আঢ়ৈ বজাত আৰম্ভ হ'ব। দেশ দুখনৰ মাজত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেসমূহে ফাইনেল খেলখন অধিক ৰোমাঞ্চকৰ কৰি তুলিছে। ভাৰতে যোৱা মঙলবাৰে অনুষ্ঠিত গ্রুপ ...

March 9, 2025 8:22 PM March 9, 2025 8:22 PM

views 6

সোমবাৰৰ পৰা আৰম্ভ সংসদৰ বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায়

সংসদৰ বাজেট অধিবেশনৰ দ্বিতীয় পৰ্যায় কাইলৈ আৰম্ভ হ'ব। ৪ এপ্ৰিললৈ চলিবলগীয়া এই অধিবেশনত ২০ খন বৈঠক অনুষ্ঠিত হ'ব। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কাইলৈ মণিপুৰৰ বাবে বিশেষ বাজেট উত্থাপন কৰাৰ কথা। যোৱা মাহত মুখ্যমন্ত্ৰী এন বিৰেন সিঙে পদত্যাগ কৰাৰ পাছত ৰাজ্যখনত সম্প্ৰতি ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছে। এই...

March 8, 2025 8:05 PM March 8, 2025 8:05 PM

views 14

কৰ্মশক্তিত মহিলাৰ অধিক অংশগ্রহণত গুৰুত্ব আৰোপ ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৰ

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে কৰ্মশক্তিত মহিলাৰ অধিক অংশগ্রহণত গুৰুত্ব আৰোপ কৰিছে। ভাৰত বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থব্যবস্থা হ'বলৈ ওলোৱাৰ বাবে এনে আৱশ্যকতা জৰুৰী বুলিও ৰাষ্ট্ৰপতি মুর্মুৱে উল্লেখ কৰিছে। আন্তর্জাতিক নাৰী দিৱস উপলক্ষে আজি নতুন দিল্লীত নাৰী শক্তিৰ জৰিয়তে বিকশিত ভাৰত বিষয়বস্তুৰে আয়োজ...

March 8, 2025 8:02 PM March 8, 2025 8:02 PM

views 9

ইউক্রেইনৰত ৰাছিয়াই চলোৱা আক্রমণত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক আহত

যোৱা নিশা ইউক্রেইনৰ ওপৰত ৰাছিয়াই চলোৱা আক্রমণত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক আহত হৈছে। ইউক্রেইনৰ গৃহবিভাগৰ সূত্ৰই জনোৱা মতে ৰাছিয়াৰ সেনাবাহিনীয়ে বেলিস্টিক মিছাইল, একাধিক ৰকেট আৰু ড্ৰ'নেৰে আক্ৰমণ কৰাৰ ফলত আঠটা বহুমহলীয়া অট্টালিকা আৰু ৩০খন বাহনৰ ক্ষতিসাধন হয়। সূত্ৰটোৱে আৰু জনোৱামতে এই আ...

March 8, 2025 8:00 PM March 8, 2025 8:00 PM

views 14

ছিৰিয়াৰ উপকূলীয় অঞ্চল ছিৰিয়া সেনা আৰু বাছাৰ আল আছাদৰ মাজত হোৱা যুদ্ধত ৫০০ৰো অধিক লোকৰ মৃত্যু

ছিৰিয়াৰ উপকূলীয় অঞ্চল লাটাকিয়াত আজি পুৱা চিৰিয়া সেনা আৰু উগ্রবাদী সংগঠন বাছাৰ আল আছাদৰ মাজত হোৱা যুদ্ধত ৫০০ৰো অধিক লোকৰ মৃত্যু হৈছে। ব্রিটেইনত থকা ছিৰিয়াৰ মানৱ অধিকাৰ নিৰীক্ষণ সংস্থাৰ তথ্য অনুসৰি এই যুদ্ধত কমেও ১২০ জন বিদ্রোহীৰ লগতে ৯৩ জন চিৰিয়ান সেনা নিহত হৈছে। তদুপৰি এই সংঘর্ষত কমেও আন ৩৩০ জন লোক ...

March 8, 2025 7:58 PM March 8, 2025 7:58 PM

views 31

পাকিস্তানে সকলো বৈধ আফগান প্ৰব্ৰজনকাৰীক ৩১ মাৰ্চৰ ভিতৰত দেশ ত্যাগ কৰিবলৈ নিৰ্দেশ

পাকিস্তানে সকলো বৈধ আফগান প্ৰব্ৰজনকাৰীক ৩১ মাৰ্চৰ ভিতৰত দেশ ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে। আফগানিস্তানৰ শৰণাৰ্থী আৰু প্ৰত্যর্পন মন্ধ্যালয়ে পাকিস্তান চৰকাৰক আফগান নাগৰিকসকলক বিতাৰণ কৰাৰ প্ৰক্ৰিয়া মন্থৰ কৰিবলৈ আহ্বান জনোৱাৰ এদিন পাছতে পাকিস্তানে এই নির্দেশ জাৰি কৰিছে। নির্দেশ অনুসৰি আফগান নাগৰিক কাৰ্ড থকা...

March 8, 2025 7:56 PM March 8, 2025 7:56 PM

views 7

পঞ্চমবাৰৰ বাবে ভাৰতীয় মহিলা কাবাডীৰ দলৰ এছিয়ান মহিলা কাবাডী প্রতিযোগিতাৰ খিতাপ অর্জন

ভাৰতীয় মহিলা কাবাডীৰ দলে পঞ্চমবাৰৰ বাবে এছিয়ান মহিলা কাবাডী প্রতিযোগিতাৰ খিতাপ অর্জন কৰিছে। যোৱা বাৰৰ ছেম্পিয়ন ভাৰতে আজি বিয়লি টেহেৰানত অনুষ্ঠিত প্রতিযোগিতাৰ ফাইনেলত আয়োজক দেশ ইৰাণক ৩২-২৫ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে।