March 6, 2025 7:42 PM March 6, 2025 7:42 PM
10
অসম এতিয়াৰে পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেৱল চাহৰ বাবেই নহয় ছেমি কণ্ডাক্টৰ উদ্যোগৰ বাবেও পৰিচিত হ’ব- মুখ্যমন্ত্রী
অসম এতিয়াৰে পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেৱল ঐতিহ্যপূৰ্ণ চাহৰ বাবেই নহয় ছেমি কণ্ডাক্টৰ উদ্যোগৰ বাবেও পৰিচিত হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি আয়োজিত এটা অনুষ্ঠানত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই বছৰৰ শেষৰ ফ...