March 11, 2025 12:26 PM March 11, 2025 12:26 PM
7
৭০ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাত উত্তৰ-পূৱ সীমান্ত ৰেলৱে ক্ৰীড়া সন্থা ফাইনেলত প্ৰৱেশ
ক্রীড়া আৰু যুৱ কল্যাণ বিভাগ তথা জিলা ক্রীড়া সন্থাৰ সহযোগত গুৱাহাটী ক্রীড়া সন্থাই আয়োজন কৰা ৭০ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাত কালি জজ ফিল্ডত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত উত্তৰ-পূৱ সীমান্ত ৰেলৱে ক্ৰীড়া সন্থাই – গ্লোৱেল ফুটবল ক্লাৱক ৩-১ গলৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰ...