March 13, 2025 9:26 PM March 13, 2025 9:26 PM

views 24

হোলী উপলক্ষে জনসাধাৰণলৈ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে হোলী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাযোগে ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে ৰঙৰ উৎসৱ হোলীয়ে আনন্দ আৰু উৎসাহ কঢ়িয়াই আনে। এই উৎসৱে আমাৰ জীৱনত ঐক্য আৰু ভাতৃত্ববোধৰ মনোভাৱ জগাই তোলে বুলি তেওঁ কয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হোলী উপলক্ষে দেশবাসীলৈ শ...

March 13, 2025 9:25 PM March 13, 2025 9:25 PM

views 4

কণ্টেণ্ট ক্রিয়েটৰসকল দেশৰ ডিজিটেল এম্বেছেদৰঃ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেল

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে কণ্টেণ্ট ক্রিয়েটৰসকলক দেশৰ ডিজিটেল এম্বেছেদৰ হিচাপে আখ্যা দিছে। নতুন দিল্লীত আজি এটা অনুষ্ঠানত ভাষণ দি শ্রীগোৱেলে কয়, যে দায়িত্বশীল বিষয়বস্তু, অভিনৱ কাহিনী, দক্ষতা বিকাশ আৰু ভাৰতীয় সৃষ্টিশীলতাৰ প্ৰচাৰ হৈছে সৃষ্টিশীল উদ্যোগ ক্ষেত্ৰখনৰ চাৰিটা মূ...

March 13, 2025 9:24 PM March 13, 2025 9:24 PM

views 6

শ্ৰীলংকাৰ হাস্পতাললৈ ৫০ হাজাৰ এম্পুলছ ফ’ৰচেমাইড টীকা প্ৰেৰণ ভাৰতৰ

ভাৰতে শ্ৰীলংকাৰ চৰকাৰৰ জৰুৰী অনুৰোধৰ প্ৰতি সঁহাৰি জনাই দেশখনৰ হাস্পতালসমূহলৈ ৫০ হাজাৰ এম্পুলছ ফ'ৰচেমাইড টীকা পঠিয়াইছে। দেশখনত থকা ভাৰতীয় উচ্চায়ুক্ত সন্তোষ ঝাই শ্ৰীলংকাৰ স্বাস্থ্য আৰু গণমাধ্যম দপ্তৰৰ মন্ত্ৰী ড০ নলিন্দা জয়াতিছাৰ হাতত এই সামগ্ৰীসমূহ অৰ্পণ কৰে। ভাৰতে প্ৰতিৱেশী দেশ শ্রীলংকালৈ ধাৰাবাহ...

March 13, 2025 9:22 PM March 13, 2025 9:22 PM

views 3

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সংসদীয় সমষ্টি গান্ধী নগৰত কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন-আধাৰশিলা স্থাপন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি তেওঁৰ সংসদীয় সমষ্টি গান্ধী নগৰত ১৪৬ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ভার্চুৱেল ব্যৱস্থাৰ জৰিয়তে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ৰে’ল, স্থলপথ আৰু স্বাস্থ্য খণ্ডৰ প্ৰকল্পসমূহক সামৰি লোৱা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি গ...

March 13, 2025 9:21 PM March 13, 2025 9:21 PM

views 4

প্ৰসাৰ ভাৰতীৰ শব্দ প’ৰ্টেলৰ সেৱাৰ এবছৰ সম্পূৰ্ণ

প্ৰসাৰ ভাৰতীৰ শব্দ প'ৰ্টেলৰ সেৱাই চলিত মাহত এবছৰ সম্পূৰ্ণ কৰিলে। এই সেৱাৰ সময় অহা বছৰলৈ পুনৰ বৃদ্ধি কৰা হৈছে। অহা বৰ্ষৰ মাৰ্চ মাহলৈকে শব্দ প'ৰ্টেলে বিনামূলীয়া সেৱা আগবঢ়াই থাকিব বুলি প্ৰসাৰ ভাৰতীৰ সূত্ৰই প্ৰকাশ কৰিছে। ১৫০০তকৈও অধিক সাংবাদিক, সংবাদদাতা তথা অন্যান্যসকলে দূৰদৰ্শন আৰু আকাশবাণীৰ বাতৰিস...

March 13, 2025 9:20 PM March 13, 2025 9:20 PM

views 5

কেন্দ্ৰীয় চৰকাৰে কৌশলগত নীতি আৰু পদক্ষেপেৰে যুৱ প্ৰজন্ম সবলীকৰণৰ প্ৰতিশ্ৰুতি দিছেঃ ড০ মনসুখ মন্দাভিয়া

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কয়, যে কেন্দ্ৰীয় চৰকাৰে কৌশলগত নীতি আৰু পদক্ষেপেৰে যুৱ প্ৰজন্ম সবলীকৰণৰ প্ৰতিশ্ৰুতি দিছে, যাতে ২০৪৭ চনত উন্নত ভাৰত গঢ়াৰ লক্ষ্যক বাস্তৱায়িত কৰিব পাৰে। কালি সন্ধিয়া কাশ্মীৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত বিকশিত ভাৰত- যুৱ প্ৰজন্মৰ সংযোগ শী...

March 13, 2025 9:18 PM March 13, 2025 9:18 PM

views 4

কলম্বোত ছাত্ৰ-ছাত্ৰীৰ মাজত ৫০০খন অমৰ চিত্ৰকথা জাতকৰ সাধু বিতৰণ ভাৰতীয় উচ্চায়ুক্তৰ

মেডিন পূর্ণিমা পয়া দিৱস উপলক্ষে কলম্বোত থকা ভাৰতীয় উচ্চায়ুক্তই আজি সিংহলী ভাষালৈ অনুবাদ কৰা ৫০০ খন অমৰ চিত্ৰকথা জাতকৰ সাধু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিতৰণ কৰে। এই চিত্রকথাসমূহ শ্রী পাগংনাথিছা ধৰ্ম বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা হয়। উল্লেখযোগ্য যে, অনুবাদিত এই চিত্রকথাসমূহৰ জৰিয়তে বুদ্ধৰ...

March 13, 2025 9:16 PM March 13, 2025 9:16 PM

views 6

ইটালীত অনুষ্ঠিত বিশেষ অলিম্পিক- বিশ্ব শীতকালীন ক্রীড়াত ভাৰতৰ পদকৰ সংখ্যা ৯লৈ বৃদ্ধি

ইটালীত চলি থকা বিশেষ অলিম্পিক- বিশ্ব শীতকালীন ক্রীড়াৰ দ্বিতীয় দিনা ভাৰতে দুটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জেৰে মুঠ পদকৰ সংখ্যা ৯লৈ বৃদ্ধি কৰিছে। স্নোবোর্ডিঙত আজি ভাৰতীয়ে সোণৰ পদক আৰু হৰ্ষিতা ঠাকুৰে ব্ৰঞ্জৰ পদক দখল কৰে। এলপাইন স্কিৱিঙতো ভাৰতীয় খেলুৱৈসকলে উন্নত প্ৰদৰ্শন কৰে। এই শিতানত নিৰ্মলা দেৱীয...

March 13, 2025 8:37 PM March 13, 2025 8:37 PM

views 7

প্রধানমন্ত্ৰী আৱাস যোজনাৰ ৩.৮০ লাখ হিতাধিকাৰীক গৃহ নিৰ্মাণৰ বাবে ১৯ মাৰ্চত প্ৰথমটো কিস্তিৰ ধন

ৰাজ্য চৰকাৰে অহা ১৯ মাৰ্চত প্রধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩ লাখ ৮০ হাজাৰ হিতাধিকাৰীলৈ গৃহ নিৰ্মাণৰ বাবে প্ৰথমটো কিস্তিৰ ধন বেংকযোগে হস্তান্তৰ কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি এখন সংবাদমেলত এই কথা প্রকাশ কৰি কয়, যে কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে তেওঁৰ শেহতীয়া অসম ভ্...

March 13, 2025 8:34 PM March 13, 2025 8:34 PM

views 8

তিনিদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ কাইলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ'ব। কাইলৈ নিশাটো দেৰগাঁৱত কটোৱাৰ পাছত পৰহিলৈ পুৱাৰ ভাগত তেওঁ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। ইয়াৰ পাছত গৃহমন্ত্ৰীগৰাকী যোৰহাট হৈ আইজললৈ যাত্ৰা কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে দেশৰ আটাইতকৈ পুৰণি অৰ্ধ...