December 28, 2025 9:07 PM

views 18

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বিগত তিনি-চাৰিদিন ধৰি শীতৰ প্ৰকোপ বৃদ্ধি

বিগত তিনি-চাৰিদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী শীতৰ কবলত পৰিছে। আজিও গোটেই দিনটো ঘন কুঁৱলীয়ে চৌপাশ আৱৰি ৰখাৰ ফলত দূৰণিবটীয়া যাত্ৰা পথত যান-বাহন চলাচলৰ ক্ষেত্ৰতো কিছু অসুবিধাৰ সৃষ্টি হয়। মহানগৰীৰ ঠায়ে ঠায়ে জনসাধাৰণে সন্ধিয়াৰ ভাগত জুই জ্বলাই উম লোৱা পৰিলক্ষিত হৈছে। আজি মহানগ...

December 28, 2025 9:01 PM

views 18

গোলাঘাট জিলাৰ মৰঙীৰ পোৰাবাংলাৰ জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবার্ষিক সমাৰোহ

গোলাঘাট জিলাৰ মৰঙীৰ পোৰাবাংলাৰ জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবার্ষিক সমাৰোহ তথা মহা-ৰজত জয়ন্তী কাৰ্য্যসূচীৰ আজি তৃতীয় দিনাও অঞ্চলটোত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। যোৱা ২৬ৱ ডিচেম্বৰৰ পৰা অনুষ্ঠিত এই সমাৰোহৰ আজি তৃতীয় দিনা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উ...

December 28, 2025 8:58 PM

views 14

বিশ্বনাথ জিলাৰ বাঘমাৰীত ভি জি আৰ ভূমিত জিলা প্রশাসনৰ উচ্ছেদ অভিযান

বিশ্বনাথ জিলাৰ বাঘমাৰীত আজি জিলা প্রশাসনে দখলীকৃত ভি জি আৰ ভূমিত উচ্ছেদ অভিযান চলায়। জিলা প্রশাসনে যোৱা আগষ্টত অঞ্চলটোৰ ভূমি দখল কৰি থকা ৭৩২ টা পৰিয়াললৈ জাননী জাৰি কৰিছিল, কিন্তু ইয়াৰে ৬৮ টা পৰিয়ালে উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ বাবে উচ্ছেদ অভিযান স্থগিত ৰাখিবলগীয়া হৈছিল। প্ৰশাসনে আজি ন্যায়ালয়ৰ ব...

December 28, 2025 8:50 PM

views 13

অস্মিতা পূব মণ্ডল হকী লীগৰ জুনিয়ৰ শাখাৰ এখন খেলত ত্ৰিপুৰাৰ বিৰুদ্ধে ১৯-০ গ’লত অসমৰ জয়

অস্মিতা পূব মণ্ডল হকী লীগৰ জুনিয়ৰ শাখাৰ আজি অনুষ্ঠিত এখন খেলত অসমে-ত্ৰিপুৰাৰ বিৰুদ্ধে ১৯-০ গ’লৰ ব্যৱধানত জয় লাভ কৰে। গুৱাহাটী মহানগৰীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তৈয়বুল্লা হকী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত জয়েৰে অসমে পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে। উল্লেখযোগ্য যে প্রথমখন খেলত অসম-বিহাৰৰ হাতত পৰাস্ত ...

December 28, 2025 6:33 PM

views 14

ভাৰতে চলিত বৰ্ষত উন্নয়নৰ বিভিন্ন ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শক্তিশালী স্থিতিত উপনীত হৈছে বুলি প্রধানমন্ত্ৰীৰ ‘মন কী বাত’ত প্ৰকাশ

ভাৰতে চলিত বৰ্ষত ৰাষ্ট্ৰীয় সুৰক্ষাৰ পৰা ক্ৰীড়া ক্ষেত্ৰলৈকে, বিজ্ঞান পৰীক্ষাগাৰৰ পৰা বৃহৎ মঞ্চলৈকে বিভিন্ন ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত শক্তিশালী স্থিতিত উপনীত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে। আকাশবাণীযোগে আজি প্ৰচাৰিত ১২৯ সংখ্যক মন কী বাত অনুষ্ঠানত শ্রীমোদীয়ে আজি এই মন্...

December 28, 2025 6:31 PM

views 15

আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। ভ্ৰমণকালত শ্ৰীশ্বাহে গুৱাহাটী আৰু বটদ্ৰবাত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ কাইলৈ নগাঁও জিলাৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্...

December 28, 2025 6:20 PM

views 17

বটদ্রবা প্রকল্প উদ্বোধনী অনুষ্ঠানৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ, প্রকল্পস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত বটদ্রবা প্রকল্প উদ্বোধনী অনুষ্ঠানৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। ঐতিহ্যমণ্ডিত আকাশীগংগাৰ তীৰত নিৰ্মাণ কৰা বটদ্ৰবা সাংস্কৃতিক প্রকল্পথলীত উখল মাখল পৰিবেশৰ সৃষ্টি হৈছে। অঞ্চলটোৰ ৰাইজে গৃহমন্ত্ৰীগৰাকীক আদৰিবলৈ প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। মুখ্যমন্ত...

December 28, 2025 6:18 PM

views 13

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্তালয় আৰু খানাপাৰাত নৱ নিৰ্মিত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰিব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্তালয় আৰু খানাপাৰাত নৱ নিৰ্মিত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰিব। ৫ হাজাৰ খন আসনযুক্ত এই প্ৰেক্ষাগৃহ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ প্ৰেক্ষাগৃহ হিচাপে পৰিগণিত হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় গৃহমন্ত...

December 28, 2025 6:17 PM

views 12

গুৱাহাটীৰ মালিগাঁৱত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা, মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

গুৱাহাটীৰ মালিগাঁৱৰ বৰিপাৰাত আয়োজিত এটা অনুষ্ঠানত আজি উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব লাভ কৰি উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয়। জালুকবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মাই অংশ লৈ কয়, যে ২০০২ চ...

December 28, 2025 6:15 PM

views 13

গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত গ্ৰন্থমেলাৰ আজি পঞ্চম দিনটো শিশুৰ দিন হিচাপে উদযাপন

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্ৰন্থমেলাৰ আজি পঞ্চম দিনটো শিশুৰ দিন হিচাপে উদযাপন কৰা হয়। পুৱা বিশিষ্ট শিশু সাহিত্যিক বন্দিতা ফুকনে শিশুসকলৰ অনুষ্ঠান মুকলি কৰে। পুৱা চাৰে ৯ বজাত কবিতা আব...