March 17, 2025 12:04 PM March 17, 2025 12:04 PM

views 4

২০২৬-২৭ বৰ্ষৰ ভিতৰত ৭৫০ মেগাৱাট সৌৰশক্তি উৎপাদনৰ লক্ষ্য এপিডিচিএলৰ

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে (এপিডিচিএল) ২০২৬-২৭ বৰ্ষৰ ভিতৰত ৭৫০ মেগাৱাট সৌৰশক্তি উৎপাদন কৰাৰ লক্ষ্য স্থিৰ কৰিছে। এছিয়ান ডেভেলপমেণ্ট বেংকে এই সৌৰশক্তি উৎপাদন প্ৰকল্পৰ দ্বাৰা ৰাজ্যখনৰ নৱীকৰণযোগ্য শক্তি সামর্থ বৃদ্ধিৰ বাবে বিত্তৰ যোগান ধৰিব। এপিডিচিলে অসম বিদ্যুৎ নিয়ামক আয়োগৰ ৰাজ্যিক উপদেষ্টা ...

March 17, 2025 12:02 PM March 17, 2025 12:02 PM

views 7

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ আজি বৈধ মনোনয়ন-পত্রৰ তালিকা প্ৰকাশ

অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্রসমূহ আজি পৰীক্ষা কৰি বৈধ মনোনয়ন পত্ৰৰ তালিকা প্ৰকাশ কৰা হ'ব। প্ৰাৰ্থীসকলে ১৯ মাৰ্চৰ বিয়লি ৩ বজালৈকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব আৰু একেদিনাই বিয়লি নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰা হ'ব। অহা ২ এপ্...

March 17, 2025 12:00 PM March 17, 2025 12:00 PM

views 4

গুৱাহাটীৰ সৰুসজাইত অহা অক্টোবৰত ১০ হাজাৰৰো অধিক শিল্পীৰ বাগৰুম্বা আৰু বাৰদৈ ছিখিলা নৃত্য প্ৰদৰ্শন

বিহু আৰু ঝুমুৰক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ বাবে ৰাজ্য চৰকাৰে গুৱাহাটীত বৃহৎ কাৰ্যসূচীৰ আয়োজন কৰাৰ পাছত এইবাৰ বড়োসকলৰ বাগৰুম্বা আৰু বাৰদৈ ছিখিলাক অনুৰূপ ধৰণেৰে তুলি ধৰাৰ বাবে চৰকাৰে চিন্তা-চৰ্চা কৰিছে। সেই অনুসৰি অহা অক্টোবৰত গুৱাহাটীৰ সৰুসজাইত ১০ হাজাৰৰো অধিক শিল্পীক লৈ ৰাজ্য চৰকাৰে বাগৰুম...

March 16, 2025 8:58 PM March 16, 2025 8:58 PM

views 8

গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত পৰম্পৰাগতভাৱে সুৱেৰি উৎসৱ পালন

গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত আজি পৰম্পৰাগতভাৱে সুৱেৰি উৎসৱ পালন কৰা হয়। দৌল উৎসৱৰ অংশ হিচাপে আয়োজিত এই উৎসৱত পৰম্পৰা অনুসৰি বিভিন্ন স্থানৰ পৰা কলিয়া গোঁসাইসকলক একেটা স্থানত একত্ৰিত কৰি আশীষ লোৱা হয়। তদুপৰি সমবেত লোকসকলে পৰস্পৰৰ দেহত ফাকু সানি ৰঙৰ উৎসৱ পালন কৰে। জিলাখনৰ বগুৱান, টিলাপাৰা, বাপুজী...

March 16, 2025 8:54 PM March 16, 2025 8:54 PM

views 4

ডিমাচা কছাৰী বীৰ শম্ভুধন ফংলোৰ ১৭৫ সংখ্যক জয়ন্তী উপলক্ষে শিলচৰৰ অসম বিশ্ববিদ্যালয় চৌহদত বীৰগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন

ডিমাচা কছাৰী বীৰ শম্ভুধন ফংলোৰ ১৭৫ সংখ্যক জয়ন্তী উপলক্ষে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি শিলচৰৰ অসম বিশ্ববিদ্যালয় চৌহদত বীৰগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় সম্প্ৰদায়ৰ লোকসকলে স্বাধীনতা সংগ্রামত সক্রিয় ভূমিকা গ্ৰহণ কৰিছিল। স্বাধীন...

March 16, 2025 8:47 PM March 16, 2025 8:47 PM

views 20

দিহিংচাং সমবায় লিমিটেডৰ উদ্যোগত জৈৱিক পদ্ধতিৰে কৰা কৃষিৰ উৎপাদনক উৎসাহিত কৰাৰ উদ্দেশ্যে বজাৰত বিক্রেতা হিচাপে মন্ত্ৰী বিমল বৰা উপস্থিত

ৰাজ্য চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা আজি দিহিংচাং সমবায় লিমিটেডৰ উদ্যোগত জৈৱিক পদ্ধতিৰে কৰা কৃষিৰ উৎপাদনক উৎসাহিত কৰাৰ উদ্দেশ্যে বজাৰত বিক্রেতা হিচাপে উপস্থিত হয়। জিলাখনৰ মৰাণৰ দৈনিক বজাৰত ডিজিটেল তুলাচনীৰ সহায়ত আলু বিক্ৰীৰ নিৰ্দেশনাৰ...

March 16, 2025 8:43 PM March 16, 2025 8:43 PM

views 4

বৰপেটা সত্ৰৰ বিখ্যাত দৌল মহোৎসৱৰ সামৰণি

বৰপেটা সত্ৰৰ বিখ্যাত দৌল মহোৎসৱৰ আজি সন্ধিয়া সামৰণি পৰে। এই মহোৎসৱৰ সামৰণিৰ দিনা আজি সমগ্ৰ বৰপেটা ফাকুৱাৰ ৰঙেৰে ৰঙীন হৈ পৰে। বিয়লি কলিয়া গোঁসাই তথা দৌলগোবিন্দ মহাপ্রভুক ভকতসকলে শোভাযাত্রা কৰি কলবাৰী সত্ৰলৈ লৈ যায়। সত্ৰত প্ৰতীকী ৰূপত হেকেটা মাহ খুওৱা পৰ্ব সম্পন্ন কৰাৰ পাছত গোঁসাইক পুনৰ বৰপেটা সত্...

March 16, 2025 8:19 PM March 16, 2025 8:19 PM

views 61

ভাৰত আৰু নিউজিলেণ্ডে পাৰস্পৰিক লাভজনক মুক্ত বাণিজ্য চুক্তিৰ ওপৰত আলোচনা কৰিব বুলি দুয়ো দেশৰ ঘোষণা

ভাৰত আৰু নিউজিলেণ্ডে এখন ব্যাপক আৰু পাৰস্পৰিক লাভজনক মুক্ত বাণিজ্য চুক্তিৰ ওপৰত আলোচনা কৰিব বুলি ঘোষণা কৰিছে। আজি নতুন দিল্লীত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিযুষ গোৱেল আৰু নিউজিলেণ্ডৰ বাণিজ্য আৰু বিনিয়োগ মন্ত্ৰী টড মেকক্লেৰ মাজত হোৱা আলোচনাত এই কথা সদৰি কৰা হয়৷ সামাজিক মাধ্যমযোগে শ্রীগোৱেলে কয় যে এ...

March 16, 2025 8:15 PM March 16, 2025 8:15 PM

views 5

ভাৰতক গৌতম বুদ্ধ আৰু মহাত্মা গান্ধীৰ ভূমি বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উল্লেখ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক গৌতম বুদ্ধ আৰু মহাত্মা গান্ধীৰ ভূমি উল্লেখ কৰি কয় যে ভাৰতে কথা কলে বিশ্বই শুনে। কৃত্রিম বুদ্ধিমত্তাৰ গৱেষক তথা পডকাষ্টৰ বাবে বিখ্যাত লেক্স ফ্রিডমেনৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত শ্ৰীমোদীয়ে কয়, যে ভাৰতীয়সকলে সম্প্রীতিক আকোৱালি লোৱাৰ লগতে শান্তি বিচাৰে। ৰাছিয়া-ইউ...

March 16, 2025 8:12 PM March 16, 2025 8:12 PM

views 10

মেচেদনিয়াৰ কোকানিৰ নাইট ক্লাৱত সংঘটিত অগ্নিকাণ্ডত কমেও ৫১ জন লোক নিহত

উত্তৰ মেচেদনিয়াৰ পূৱৰ চহৰ কোকানিৰ এটা নাইট ক্লাৱত আজি পুৱা সংঘটিত হোৱা এটা অগ্নিকাণ্ডত কমেও ৫১ জন লোক নিহত হোৱাৰ লগতে এশজনতকৈ অধিক লোক আহত হয়। দেশখনৰ জনপ্ৰিয় হিপহপ বেও দি এন কেৰ সংগীতানুষ্ঠান চলি থকাৰ সময়তে এই দুর্ঘটনাতো সংঘটিত হয়।