March 17, 2025 12:51 PM March 17, 2025 12:51 PM
7
ফাকুৱাৰ সময়ছোৱাত ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত ১৩৭টা পথ দুৰ্ঘটনা
ফাকুৱাৰ সময়ছোৱাত ৰাজ্যখনত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত ভালেসংখ্যক লোক গুৰুতৰভাৱে আহত হয়। যোৱা ১৪ মাৰ্চত ৰাজ্যখনৰ বিভিন্ন জিলাত মুঠ ১৩৭টা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য পোৱা গৈছে। মৃত্যুঞ্জয় ১০৮ সেৱাৰ পৰা লাভ কৰা তথ্য অনুসৰি ইয়াৰে ১১৬টা দুৰ্ঘটনা দুচকীয়া বাহনৰ, ১১টা তিনিচকীয়া আৰু ১০টা চা...