March 17, 2025 5:40 PM March 17, 2025 5:40 PM

views 6

শিহুৰ জৰীপত সমগ্ৰ দেশৰ ভিতৰতে অসম অন্যতম মূল সংৰক্ষণ ক্ষেত্ৰ হিচাপে পৰিগণিত

দেশৰ প্ৰথমটো বিস্তৃত শিহুৰ জৰীপত সমগ্ৰ দেশতে মুঠ ৬ হাজাৰ ৩২৭টা শিহু অৱস্থিতিৰ অনুমান কৰা হৈছে। শেহতীয়াকৈ গুজৰাটৰ জুনাগড়ত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ সপ্তম বৈঠকত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি নদী ডলফিন হিচাপে জনাজাত শিহুৰ ৬৩৫টাৰ অৱস্থিতি অসমৰ ৫ খন নদীত দেখিবলৈ পোৱা গৈছ...

March 17, 2025 5:38 PM March 17, 2025 5:38 PM

views 10

মুম্বাইৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ১০ কিলোগ্ৰামতকৈও অধিক পৰিমাণৰ সোণ জব্দ

মুম্বাইৰ সীমা শুল্ক বিভাগে মহানগৰীখনৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অভিযান চলাই ১০ কিলোগ্ৰামতকৈও অধিক পৰিমাণৰ সোণ জব্দ কৰিছে। বিমান বন্দৰটোৰ চাৰি ঠাইত সুকীয়াকৈ অভিযান চলাই ৮ কোটি ৪৭ লাখ টকা মূল্যৰ এই সোণখিনি জব্দ কৰাৰ লগতে অভিযানকাৰী দলটোৱে ৫ জন লোকক গ্ৰেপ্তাৰ কৰে। বিভাগীয় বিষয়াসকলে আজি জানিবলৈ দি...

March 17, 2025 5:36 PM March 17, 2025 5:36 PM

views 10

প্ৰধানমন্ত্ৰীৰ সৈতে এগৰাকী জনপ্রিয় প’ডকাষ্টাৰৰ মত বিনিময়ৰ অনুষ্ঠান সামাজিক মাধ্যমত প্ৰচাৰ ড’নাল্ড ট্রাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে দেশখনৰ এগৰাকী জনপ্রিয় প’ডকাষ্টাৰৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময়ৰ এটা অনুষ্ঠান সামাজিক মাধ্যমৰ নিজস্ব মঞ্চৰ জৰিয়তে প্ৰচাৰ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় প’ডকাষ্টাৰ আৰু কম্পিউটাৰ বিজ্ঞানী লেক্স ফ্রিডমেনৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানটোত প্রধ...

March 17, 2025 1:41 PM March 17, 2025 1:41 PM

views 10

পাকিস্তানৰ সৈতে শান্তিপূর্ণ সম্পর্ক গঢ়িবলৈ ভাৰতে কৰা প্ৰতিটো প্ৰচেষ্টাত শত্ৰুতা-বিশ্বাসঘাতকতাৰ সন্মুখীন হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে যে, পাকিস্তানৰ সৈতে শান্তিপূর্ণ সম্পর্ক গঢ়িবলৈ ভাৰতে কৰা প্ৰতিটো প্ৰচেষ্টাত শত্ৰুতা আৰু বিশ্বাসঘাতকতাৰ সন্মুখীন হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় প’ডকাষ্টাৰ আৰু কম্পিউটাৰ বিজ্ঞানী লেক্স ফ্রিডমেনৰ সৈতে হোৱা এটা মত বিনিময় অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ...

March 17, 2025 1:38 PM March 17, 2025 1:38 PM

views 8

আমেৰিকালৈ পাকিস্তান, আফগানিস্তান, ৰাছিয়াকে ধৰি ৪৩খন দেশৰ নাগৰিকৰ যাত্ৰাত নিষেধাজ্ঞাৰ প্ৰস্তুতি ড’নাল্ড ট্রাম্প চৰকাৰৰ

ড’নাল্ড ট্রাম্প চৰকাৰে আমেৰিকালৈ পাকিস্তান, আফগানিস্তান আৰু ৰাছিয়াকে ধৰি ৪৩খন দেশৰ নাগৰিক যাত্ৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰস্তুতি চলাইছে। নিৰাপত্তা বিষয়াসকলৰ পৰামৰ্শৰ ভিত্তিত ইতিমধ্যে এখন খচৰা তালিকা সাজু কৰি উলিওৱা হৈছে, য'ত দেশসমূহক ৰেড, অৰেঞ্জ আৰু য়েল্লো এই তিনিটা শাখাত বিভক্ত কৰা হৈছে...

March 17, 2025 1:37 PM March 17, 2025 1:37 PM

views 7

য়েমেনৰ হুটি বিদ্রোহীসকলৰ সম্ভাব্য প্রত্যাক্রমণৰ পৰিপ্ৰেক্ষিতত ইজৰাইলৰ বায়ুসেনাৰ হাই এলার্ট জাৰি

য়েমেনৰ হুটি বিদ্রোহীসকলৰ সম্ভাব্য প্রত্যাক্রমণৰ পৰিপ্ৰেক্ষিতত ইজৰাইলৰ বায়ুসেনাই হাই এলার্ট জাৰি কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আক্ৰমণৰ পাছত অঞ্চলটোত উত্তেজনা অধিক বৃদ্ধি পাইছে। ইজিপ্তৰ শৰ্ম-এল-শ্বেইখত য়েমেনৰ পৰা কৰা মিছাইল আক্ৰমণৰ পাছতে ইজৰাইল এতিয়া অধিক তৎপৰ হৈ পৰিছে। এই আক্ৰমণ ইজৰাইল নে অঞ্চলটোত...

March 17, 2025 1:36 PM March 17, 2025 1:36 PM

views 4

ইংলেণ্ডত আজিৰে পৰা কাবাডী বিশ্বকাপ ২০২৫; ইটালীৰ বিৰুদ্ধে আজি ভাৰতীয় পুৰুষ দলৰ মেচ

কাবাডী বিশ্বকাপ ২০২৫ আজি ইংলেণ্ডত আৰম্ভ হ'ব। ইটালীৰ বিৰুদ্ধে ভাৰতীয় পুৰুষৰ দলটোৱে উলভাৰহেম্পটনত আজি অভিযান আৰম্ভ কৰিব। ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে পাঁচ বজাৰ পৰা খেলখন আৰম্ভ হ'ব। সাত দিনীয়া এই প্রতিযোগীতাখনত ৬০খনতকৈও অধিক খেল অনুষ্ঠিত হ'ব। পুৰুষ শাখাৰ প্ৰতিযোগিতাৰ বাবে ১০টা দলক গ্রুপ এ আৰু গ্...

March 17, 2025 1:35 PM March 17, 2025 1:35 PM

views 45

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ ‘পাব্লিক স্পীক’ত আজি জন্মগত সমস্যা আৰু আনুষংগিক বিষয় সন্দৰ্ভত আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান ‘পাব্লিক স্পীক’ত আজি নিশা চাৰে ৯ বজাত ‘জন্মগত সমস্যা আৰু আনুষংগিক বিষয়’ সন্দৰ্ভত নতুন দিল্লীস্থিত এইমছৰ শিশু অস্ত্ৰোপচাৰ বিভাগৰ অধ্যাপক ডাঃ প্ৰবোধ গোৱেল আৰু নতুন দিল্লীৰ স্বামী দয়ানন্দ হাস্পতালৰ শিশু আৰু নৱজাতক চিকিৎসা বিভাগৰ মুৰব্বী ডাঃ সুৰিন্...

March 17, 2025 12:53 PM March 17, 2025 12:53 PM

views 13

ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত খালী হৈ থকা প্ৰধান শিক্ষকৰ পদ পূৰণৰ বাবে বিদ্যালয় শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি

ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত খালী হৈ থকা প্ৰধান শিক্ষকৰ পদ পূৰণৰ বাবে বিদ্যালয় শিক্ষা বিভাগে নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষকগৰাকীক প্রধানশিক্ষক পদৰ বাবে বাছনি কৰা হ'ব। তদুপৰি প্রাথমিক সঞ্চালকালয়ৰ অধীনত হোৱা বিশেষ নিযুক্তি প্ৰক্ৰিয়াত শিক্ষক এগৰাকীৰ নিযুক্তিৰ ত...

March 17, 2025 12:52 PM March 17, 2025 12:52 PM

views 9

অসম আৰক্ষীৰ কনিষ্টবল আৰু সমপৰ্যায়ৰ অন্যান্য পদসমূহৰ বাবে ৬ এপ্ৰিলত লিখিত পৰীক্ষা

অসম আৰক্ষীৰ কনিষ্টবল আৰু সমপৰ্যায়ৰ অন্যান্য পদসমূহৰ বাবে লিখিত পৰীক্ষা ২৩ মাৰ্চৰ পৰিৱৰ্তে ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব। অসম আৰক্ষীৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদে কালি এখন জাননীযোগে এই কথা প্ৰকাশ কৰে। প্ৰশাসনিক কাৰণত পৰীক্ষাৰ দিন সলনি কৰা হৈছে বুলি পৰিষদে জানিবলৈ দিছে। উল্লেখযোগ্য যে বিজ্ঞাপন অনুসৰি নি...