March 17, 2025 7:33 PM March 17, 2025 7:33 PM
5
শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বদলিকৰণৰ আবেদন প্রক্রিয়া পুনৰ মুকলি
শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বদলিকৰণৰ আবেদন প্রক্রিয়া পুনৰ মুকলি কৰে। সমগ্ৰ শিক্ষা অসমৰ কাহিলীপাৰা কাৰ্যালয়ত শিক্ষামন্ত্ৰীগৰাকীয়ে বদলিকৰণৰ বাবে পোৰ্টেলটো মুকলি কৰে। সেই অনুসৰি প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয় পৰ্যায়ৰ ইচ্ছুক শিক্ষক-শিক্ষয়িত্ৰীয়ে hrmsassam.in পোৰ্টে...