March 18, 2025 1:27 PM March 18, 2025 1:27 PM
9
চীফ মিনিষ্টাৰ্ছ গ্রীণ ফেল’শ্বিপ প্ৰ’গ্ৰামৰ অধীনত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ৩ গৰাকী ছাত্রী হ্রস্বকালীন প্রশিক্ষণৰ বাবে নিৰ্বাচিত
অসম প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ সোণালী জয়ন্তী বর্ষ উপলক্ষে ২০২৪ বৰ্ষৰ চীফ মিনিষ্টাৰ্ছ গ্রীণ ফেল'শ্বিপ প্ৰ'গ্ৰামৰ অধীনত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ৩ গৰাকী ছাত্রী ইউৰোপৰ ক্ৰ'ৱেচিয়াৰ জচিপ জুৰাজ, স্কৰ'চমায়াৰ অচিজেক বিশ্ববিদ্যালয়লৈ পৰিৱেশ বিষয়ক হ্রস্বকালীন প্রশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে। মুখ্যমন্ত্রী, শিক্...