March 22, 2025 7:23 PM March 22, 2025 7:23 PM
5
ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত ধেমাজি বিধানসভা সমষ্টিত ৰূপায়িত বিভিন্ন প্রকল্প, আঁচনি, উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা বৈঠক
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত ধেমাজি বিধানসভা সমষ্টিত ৰূপায়িত বিভিন্ন প্রকল্প, আঁচনি তথা অন্যান্য উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। এই বৈঠকত মন্ত্ৰীসভাৰ বৈঠকত ধেমাজি জিলাৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা ঘোষণাসমূহৰ ৰূপায়ণৰ অগ্ৰগতি সম্পৰ্কে বিতংভ...