December 14, 2025 8:28 PM December 14, 2025 8:28 PM
7
ৰাজ্যত শীত নমাৰ লগে লগে বনভোজস্থলীসমূহ জনসমাগমেৰে মুখৰ হৈ উঠিছে
ৰাজ্যত শীত নমাৰ লগে লগে বনভোজৰো বতৰ অহা পৰিলক্ষিত হৈছে। বছৰটোৰ শেষৰ দিনকেইটি তথা সমাগত মাঘ বিহু আৰু নৱবৰ্ষৰ মাজৰ দিনকেইটিত ৰাজ্যৰ বনভোজস্থলীসমূহ জনসমাগমেৰে মুখৰ হৈ উঠিছে। বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰি বনভোজস্থলীত আজি বনভোজৰ বাবে ব্যাপক জন সমাগম হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা উ...