January 23, 2026 4:31 PM

views 24

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত ‘মোৰ বাবে গণতন্ত্ৰৰ অৰ্থ’ শীৰ্ষক আলোচনা প্ৰচাৰ

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত ‘মোৰ বাবে গণতন্ত্ৰৰ অৰ্থ’ শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ নাগৰিকৰ প্ৰতিনিধি ড০ সূর্য দাস, মহিলা সমাজৰ প্ৰতিনিধি মিনাক্ষী কাকতি আৰু ছাত্ৰ সমাজৰ প্ৰতিনিধি অৰুণাভ হা...

January 23, 2026 4:13 PM

views 16

আজিৰে পৰা ৯ দিনীয়া কাৰ্যসূচীৰে মানাহ মহোৎসৱৰ আয়োজন

■ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰাৰ উদ্দেশ্যে আজিৰে পৰা ৯ দিনীয়া কাৰ্যসূচীৰে মানাহ মহোৎসৱৰ আয়োজন কৰা হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ প্ৰথম প্ৰৱেশদ্বাৰ প্ৰাংগণত অনুষ্ঠিত এই মহোৎসৱত উদ্যানখনৰ কাষৰীয়া অঞ্চলৰ জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি, খাদ্য স...

January 23, 2026 4:27 PM

views 12

ৰঙিয়া শিৱমন্দিৰ প্ৰাংগণত শ্ৰীশ্ৰী মহা মৃত্যুঞ্জয় যজ্ঞৰ আয়োজন

ৰঙিয়াৰ মৃত্যুঞ্জয় শিৱমন্দিৰৰ ২৫ বছৰ পূর্তি উপলক্ষে আজিৰে পৰা পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙিয়া শিৱমন্দিৰ প্ৰাংগণত শ্ৰীশ্ৰী মহা মৃত্যুঞ্জয় যজ্ঞৰ আয়োজন কৰা হৈছে। বৃহত্তৰ ৰঙিয়াৰ সনাতন ধৰ্মী লোকসকলৰ উপাসনাৰ অন্যতম কেন্দ্ৰস্থল এই শিৱমন্দিৰ প্ৰাংগণত আজি পুৱাৰ ভাগত সামূহিক চাফাই অভিযান, বেদধবনি...

January 23, 2026 2:10 PM

views 14

পানীখাইটীত দুৰ্যোগ সঁহাৰি প্ৰশিক্ষণ প্ৰকল্পৰ আধাৰশিলা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ

গুৱাহাটীৰ পানীখাইটীস্থিত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষীৰ কেন্দ্ৰীয় প্ৰশিক্ষণ প্রতিষ্ঠান চৌহদত কালি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই এটা বিশ্বমানৰ দুৰ্যোগ সঁহাৰি প্ৰশিক্ষণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ সহযোগত অসমৰ নদী অৱবাহিকা সুসংহতকৰণ ব্য...

January 22, 2026 8:40 PM

views 17

অমৃত উদ্যান অহা ৩ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ জনসাধাৰণৰ বাবে মুকলি

ৰাষ্ট্ৰপতি ভৱনৰ চৌহদৰ ভিতৰত থকা অমৃত উদ্যান অহা ৩ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হ'ব। ৰাষ্ট্ৰপতিৰ সচিবালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ এই অমৃত উদ্যান খোলা থাকিব। প্রতি দেওবাৰে উদ্যানখন বন্ধ থাকিব। জনসাধাৰণে বিনামূলীয়াকৈ উদ্যানত প্ৰৱেশ কৰিব পা...

January 22, 2026 8:39 PM

views 15

ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাৰ সাৰান্দা বনাঞ্চলত আজি সুৰক্ষা বাহিনী আৰু মাওবাদীৰ মাজত সংঘর্ষ

ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাৰ সাৰান্দা বনাঞ্চলত আজি পুৱা সুৰক্ষা বাহিনী আৰু মাওবাদীৰ মাজত সংঘর্ষ হয়। এই সংঘর্ষত ১০ জনতকৈ অধিক মাওবাদী নিহত হয়। নিহতসকলৰ ভিতৰত গিৰিদিহ জিলাৰ মাওবাদী নেতা পাটিৰাম মাঝি ওৰফে অনলদা অন্যতম। উল্লেখযোগ্য যে গিৰিদিহ, ওকাৰো, হাজাৰিবাগ, খুণ্টি, চেৰাইখেলা, খাৰচোৱান আৰু পশ্চিম সিং...

January 22, 2026 8:38 PM

views 17

প্ৰধানমন্ত্ৰী গ্রামচৰক আঁচনিৰ চতুৰ্থ সংস্কৰণৰ অধীনত ১০ হেজাৰ কিলোমিটাৰৰো অধিক পথ প্রকল্পত অনুমোদন

কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী গ্রামচৰক আঁচনিৰ চতুৰ্থ সংস্কৰণৰ অধীনত জম্মু-কাশ্মীৰ, চত্তিশগড়, উত্তৰাখণ্ড, ৰাজস্থান, হিমাচল প্রদেশ আৰু ছিকিমৰ বাবে ১০ হেজাৰ কিলোমিটাৰৰো অধিক পথ প্রকল্পত অনুমোদন জনাইছে। গ্রামোন্নয়ন মন্ত্র্যালয়ে জনোৱা অনুসৰি এই পথসমূহ নিৰ্মাণৰ লগে লগে পূর্বতে বিচ্ছিন্ন হৈ থকা প্রায় তিনি...

January 22, 2026 8:36 PM

views 16

ভাৰতৰ দক্ষতা বিকাশ আৰু ঔদ্যোগীকৰণ মন্ত্ৰ্যালয়ৰ বিশ্ব অর্থনৈতিক মঞ্চৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ভাৰতৰ দক্ষতা আৰু কাৰিকৰী তথা বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ পৰিৱেশ তন্ত্র শক্তিশালী কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ দক্ষতা বিকাশ আৰু ঔদ্যোগীকৰণ মন্ত্ৰ্যালয়ে আজি বিশ্ব অর্থনৈতিক মঞ্চৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি এই চুক্তিৰ জৰিয়তে বিশ্ব অর্থনৈতিক মঞ্চৰ সৈতে সহযোগিত...

January 22, 2026 8:33 PM

views 18

ডোডা জিলাত সংঘটিত পথ দুর্ঘটনাত প্রাণ হেৰুওৱা ১০ জন ভাৰতীয় সেনাৰ প্ৰতি অমিত শ্বাহৰ শোক প্ৰকাশ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে জম্মু-কাশ্মীৰৰ ডোডা জিলাত সংঘটিত শোকাবহ পথ দুর্ঘটনাত প্রাণ হেৰুওৱা ১০ জন ভাৰতীয় সেনাৰ প্ৰতি শোক প্রকাশ কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বার্তাত শ্রী শ্বাহে দুর্ঘটনাত প্রাণ হেৰুওৱা সেনাৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। আহত সেনাসকলৰ উন্নতমানৰ চিকিৎসাৰ বাবে যথো...

January 22, 2026 8:30 PM

views 12

নতুন দিল্লীত ইউৰোপীয় সংঘৰ ৰাষ্ট্রদূতসকলৰ সৈতে ড০ জয়শংকৰৰ মত বিনিময়

 বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে কয়, যে ভাৰত ইউৰোপীয় সংঘৰ শক্তিশালী সম্পর্কই যোগান শৃংখলাত সহযোগিতা কৰি বিশ্ব অর্থনীতিক সংকটমুক্ত কৰি তুলিব আৰু সৱল বাণিজ্য, গতিশীলতা আৰু নিৰাপত্তাৰ আংশীদাৰিত্বৰ জৰিয়তে বিশ্ব অর্থনীতিত সুস্থিৰতা প্রদান কৰিব। নতুন দিল্লীত ইউৰোপীয় সংঘৰ ৰাষ্ট্রদূতসকলৰ সৈতে মত বিনি...